শুকুৰবাৰে অনুষ্ঠিত এই যোগদান কাৰ্য্যসূচীত প্ৰায় অৰ্ধশতাধিক যুৱকৰ যোগদান এই জাতীয় সংগঠনটোত। সং গ্ৰামী সেনা অসম শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত এই যোগদান কাৰ্য্যসূচীত উপস্থিত থাকে সংগ্ৰামী সেনা অসমৰ কেন্দ্ৰীয় সমিতিৰ বিষয় ববীয়াৰ লগতে শিৱসাগৰ জিলা সমিতিৰ বিষয় ববীয়া ।সংগঠনটোৰ নীতি , আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ নগাঁও, যোৰহাট, নাজিৰাকে আদি কৰি বিভিন্ন ঠাইৰ পৰা প্ৰায় অৰ্ধশতাধিক যুৱকে যোগদান কৰা পৰিলক্ষিত হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
તળાજા માર્કેટિંગ યાર્ડમાં નવા કપાસની આવક શરૂ થઇ આટલો બોલાયો ભાવ...જુઓ
તળાજા માર્કેટિંગ યાર્ડમાં નવા કપાસની આવક શરૂ થઇ આટલો બોલાયો ભાવ...જુઓ
তিনিচুকীয়া পৌৰসভাৰ সংঘাত সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাৰ গুৰুত্বপূৰ্ণ মন্তব্য ।
"তিনিচুকীয়া সমষ্টিৰ বিধায়ক তথা শ্ৰম মন্ত্ৰী সঞ্জয় কিষান আৰু তিনিচুকীয়া পৌৰসভাৰ পৌৰপতি জয়ন্ত...
ગીર સોમનાથ પીએમ કિસાન યોજનાના લાભાર્થી ખેડૂતોને “ ઇ-કેવાયસી” કરવા અંગે જોગ
ગીર સોમનાથ જિલ્લામાં પ્રધાન મંત્રી કિશાન સન્માન નિધિ યોજના હેઠળ ખેતીની જમીન ધરાવતા ખેડૂત...
Vinesh Phogat-Bajrang Punia Joins Congress: पहलवान विनेश फोगाट और बजरंग पूनिया कांग्रेस में शामिल
Vinesh Phogat-Bajrang Punia Joins Congress: पहलवान विनेश फोगाट और बजरंग पूनिया कांग्रेस में शामिल
प्रजापत सक्रिय सदस्यता अभियान जिला संयोजक
प्रजापत सक्रिय सदस्यता अभियान जिला संयोजक
भारतीय जनता पार्टी द्वारा चलाए जा रहे सदस्यता...