শুকুৰবাৰে অনুষ্ঠিত এই যোগদান কাৰ্য্যসূচীত প্ৰায় অৰ্ধশতাধিক যুৱকৰ যোগদান এই জাতীয় সংগঠনটোত। সং গ্ৰামী সেনা অসম শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত এই যোগদান কাৰ্য্যসূচীত উপস্থিত থাকে সংগ্ৰামী সেনা অসমৰ কেন্দ্ৰীয় সমিতিৰ বিষয় ববীয়াৰ লগতে শিৱসাগৰ জিলা সমিতিৰ বিষয় ববীয়া ।সংগঠনটোৰ নীতি , আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ নগাঁও, যোৰহাট, নাজিৰাকে আদি কৰি বিভিন্ন ঠাইৰ পৰা প্ৰায় অৰ্ধশতাধিক যুৱকে যোগদান কৰা পৰিলক্ষিত হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
বানপানীৰ মাজতে নলবাৰীৰ বৰভাগত অঘটন,বিদ্যুত পৃষ্ট হৈ যুৱকৰ মৃত্যু
বানপানীৰ মাজতে নলবাৰী জিলাৰ বৰভাগৰ বৰশিমলুৱাত এজন যুৱক বিদ্যুত পৃষ্ট হৈ মৃত্যু হোৱাত অঞ্চলজুৰি...
বাৰ্মিংহাম কমনৱেলথ গেমছত পৰাস্ত লাভলীনা৷ ছেমিফাইনেলত থমকিব লগীয়া হ’ল অসম কন্যা লাভলীনা৷
বাৰ্মিংহাম কমনৱেলথ গেমছত পৰাস্ত লাভলীনা৷ ছেমিফাইনেলত থমকিব লগীয়া হ’ল অসম কন্যা লাভলীনা৷