শ্বহীদ মুকুন্দ কাকতি স্মৃতি সংঘৰ সৌজন্যত অহা ২০ চেপ্তেম্বৰত বিয়াল্লিছৰ শ্বহীদ মুকুন্দ কাকতিৰ জন্ম গাওঁ বৰভাগৰ সোনকানিত শ্বহীদ মুকুন্দ কাকতি স্মৃতি সংঘ বাকৰিত শ্বহীদ গৰাকীৰ ৮১ তম্ স্মৃতি দিৱস আয়োজনৰ ব্যাপক আয়োজন কৰিছে৷তদুপলক্ষে সেইদিনা পূৱা সংঘৰ পতাকা উত্তোলন,ৰাষ্ট্ৰীয় পতাকা উত্তোলন,শ্বহীদৰ প্ৰতিকৃতিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ,চাফাই অভিযান,ভেশচন প্ৰতিযোগিতা,বৃক্ষৰোপণ,চিত্ৰাংকন,ৰচনা আৰু খেলধেমালি প্ৰতিযোগিতা,সন্ধিয়া সামূহিক বন্তি প্ৰজ্বলন,আমন্ত্ৰিত অতিথি সকলৰ লগতে কৃতি ছাত্ৰছাত্ৰীৰ সম্বৰ্ধনা আৰু অসমীয়া গীতৰ আধাৰত একক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হৱ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
VIKRAM THAKOR Exclusive Interview on Gujju Media
VIKRAM THAKOR Exclusive Interview on Gujju Media
चक्क...बैलगाडीतूनच काढली नवरा नवरीची वरात...बार्शी तालुक्यातील बाभुळगाव मधील अनोख्या वरातीची चर्चा
चक्क...बैलगाडीतूनच काढली नवरा नवरीची वरात...बार्शी तालुक्यातील बाभुळगाव मधील अनोख्या वरातीची चर्चा
পেঙেৰী কাণ্ডৰ দায়িত্ব স্বীকাৰ আলফা স্বাধীনৰ
পেঙেৰী কাণ্ডৰ দায়িত্ব স্বীকাৰ আলফা(স্বাঃ)ৰ ৷
সংবাদ মাধ্যমলৈ সংগঠনটোৰ বিবৃতি ৷ ...
MCN NEWS | वैजापुरातील विविध रस्त्यांचे लोकार्पण.....
MCN NEWS | वैजापुरातील विविध रस्त्यांचे लोकार्पण.....
પાટણ જીલ્લામાં મીઠાઈ અને ફરસાણ ની 27 દુકાનોમાં ખાદ્યપદાર્થોના સેમ્પલ ચકાસણી માટે લેવાયા*
દિવાળીનો તહેવાર નજીક આવતા જ જિલ્લા કલેકટરશ્રી સુપ્રીત સિંઘ ગુલાટીએ જિલ્લાના ફૂડ એન્ડ ડ્રગ વિભાગને...