স্বাধীনতা দিৱস উপলক্ষ্যে নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৭৫ গৰাকী ছাত্ৰ ছাত্ৰীয়ে হাত লিখা এখন আলোচনী প্ৰকাশ কৰে ৷ দেশৰ মহান মনিষীসকলৰ জীৱনী সমৃদ্ধ লেখাসমুহ নাৰায়ণপুৰ পৌৰসভাই উদ্যাপন কৰা অমৃত সৰোবৰ মহোৎসৱত উন্মোচন কৰে নাৰায়ণপুৰ পৌৰপতি হৰিশ চন্দক নাৰায়ণপুৰ উঃমাঃ বিদ্যালয়ৰ অধ্যক্ষ অলকা বৰদলৈ প্ৰমুখ্যে কেইবাগৰাকী ব্যক্তিয়ে ৷ হাতে লিখা প্ৰৱন্ধসমুহ মুদ্ৰিত কৰি এখন পূৰ্ণাংগ সংকলন ৰুপে প্ৰকাশ কৰিব বুলি জানিবলৈ দিয়ে বিদ্যালয়খনৰ বিষয় শিক্ষক অনন্ত গগৈয়ে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
मोरान में भी धुमधाम से मनी गणेश चतुर्थी की पुजा, खटखटी में गणेश मंदिर के निर्माण की आधारशिला
मोरान में भी धुमधाम से मनी गणेश चतुर्थी की पुजा, खटखटी में गणेश मंदिर के निर्माण की आधारशिला
কেবিনেট মন্ত্ৰী যোগেন মহনৰ উপস্থিতিত মৰাণহাটত দুই সক্ৰিয় কংগ্ৰেছ নেতাৰ বিজেপি দলত যোগদান।
আজি মঙ্গলবাৰে চৰাইদেউ জিলাৰ মৰাণহাটত অৱস্থিত কেবিনেট মন্ত্ৰীৰ বাসগৃহৰ কাৰ্য্যালয়ত মাহমৰা সমষ্টিৰ...
बालोतरा में ट्रैफिक डायवर्ट करने के लिए ओवरब्रिज तैयार:2 किमी दूरी में वाई आकार में बना, 3 जिला मुख्यालयों के लिए जाएंगे रास्ते
नया जिला बनने के बाद बालोतरा में बहु प्रतीक्षित ओवरब्रिज बन कर तैयार हो गया है। ट्रायल के लिए...
નાપા ખાતે નિઃશુલ્ક મેડિકલ કેમ્પ યોજાયો.
બોરસદ તાલુકાના નાપા ગામે તા. 24-9-2022 ના રોજ અંજલી હોસ્પિટલ બોરસદ તથા આશાદીપ માનવ વિકાસ કેન્દ્ર...
Share Market Correction Alert | Prakash Diwan's Multibagger Stocks | अब क्या करें निवेशक? | Business
Share Market Correction Alert | Prakash Diwan's Multibagger Stocks | अब क्या करें निवेशक? | Business