আজি মাজুলী জিলা মহিলা মৰ্চাৰ দ্বিতীয়খন কাৰ্যনিৰ্বাহক সভা জিলা মহিলা মৰ্চাৰ সভানেত্রী শ্ৰী বিনীতা পেগু ডাঙৰীয়ানীৰ সভাপতিত্বত অনুস্থিত হয় । উক্ত সভাত মাজুলী জিলা বিজেপিৰ সভাপতি বিৰেণ শইকীয়া ডাঙৰীয়া ,বিজেপি ৰাজ্যিক মহিলা মৰ্চাৰ সম্পাদিকা গিতুমণি বৰা ডাঙৰীয়ানী, প্ৰশিক্ষণ শিবিৰ'ৰ আহ্বায়িকা তথা মাজুলী জিলাৰ মহিলা মৰ্চাৰ প্ৰভাৰী নিবেদিতা দাস দেউৰী, সহ প্ৰভাৰী ৰুক্মিণী কুলি পাটিৰ, দেউৰী স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাধব দেউৰী, ৰাজ্যিক মহিলা মৰ্চাৰ কাৰ্যনিৰ্বাহক সদস্যা মঞ্জু পেগু ডাঙৰীয়ানী, তথা মাজুলী জিলা মহিলা মৰ্চাৰ বিজেপিৰ অন্তৰ্গত প্ৰতিটো মণ্ডলৰ বিষয়ববীয়া সকল ,মাজুলী জিলা মহিলা মৰ্চাৰ বিষয়ববীয়া তথা কাৰ্যকৰ্তা সকলৰ উপস্থিত থাকে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
দুধনৈত সদৌ ৰাভা কৃষ্টি সন্মিলনৰ গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা
দুধনৈ উদয়পুৰত আজি সদৌ ৰাভা কৃষ্টি সন্মিলনৰ গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা, সভাত কেতবোৰ...
शिंदे गटाकडे पदासाठी सोलापूर जिल्ह्यातील कार्यकर्त्यांची झुंबड
सोलापूर : - मुख्यमंत्री एकनाथ शिंदे गटाच्या शिवसेना जिल्हाप्रमुख, शहर प्रमुख, उपजिल्हाप्रमुख...
ડીસાના 12 ગામોમાં પાણી ન આવતાં લોકોને હાલાકી
દાંતીવાડાના પાથાવાડા પાસે પીવાના પાણીની પાઇપલાઇનમાં ભંગાણ સર્જાતા ડીસા તાલુકાના 12 જેટલા ગામોમાં...
भाजपा का सक्रिय सदस्यता अभियान आज से शुरू, 100 सदस्य बनाने वाले को पार्टी में मिलेगी खास अहमियत
सदस्यता अभियान में लक्ष्य से काफी पीछे चल रही प्रदेश भाजपा ने अब सक्रिय सदस्यता अभियान के जरिए...
છોટાઉદેપુર પોલીસે જામલા પાસેથી દારૂની હેરાફેરી કરતી કાર ઝડપી
છોટાઉદેપુર પોલીસે જામલા પાસેથી દારૂની હેરાફેરી કરતી કાર ઝડપી