স্বাধীনতা দিৱস উপলক্ষ্যে নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৭৫ গৰাকী ছাত্ৰ ছাত্ৰীয়ে হাত লিখা এখন আলোচনী প্ৰকাশ কৰে ৷ দেশৰ মহান মনিষীসকলৰ জীৱনী সমৃদ্ধ লেখাসমুহ নাৰায়ণপুৰ পৌৰসভাই উদ্যাপন কৰা অমৃত সৰোবৰ মহোৎসৱত উন্মোচন কৰে নাৰায়ণপুৰ পৌৰপতি হৰিশ চন্দক নাৰায়ণপুৰ উঃমাঃ বিদ্যালয়ৰ অধ্যক্ষ অলকা বৰদলৈ প্ৰমুখ্যে কেইবাগৰাকী ব্যক্তিয়ে ৷ হাতে লিখা প্ৰৱন্ধসমুহ মুদ্ৰিত কৰি এখন পূৰ্ণাংগ সংকলন ৰুপে প্ৰকাশ কৰিব বুলি জানিবলৈ দিয়ে বিদ্যালয়খনৰ বিষয় শিক্ষক অনন্ত গগৈয়ে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মৰাণ নগৰত চি , চি, কেমেৰাৰ শুভাৰম্ভ কৰে মৰাণ ৰাজহ চক্ৰ বিষয়া ড°সংগীতা শৰ্মাই।
মৰাণ নগৰত প্ৰৱেশ কৰাৰ লগে লগে সাৰি যাব নোৱাৰিব দুস্কৃতি কাৰী অথবা অপৰাধী। চি চি কেমেৰাই নিৰিক্ষণ...
અમીરગઢ ઈકબાલગઢ ગામે રબારી સમાજની જાહેર સભા યોજાઈ@live24newsgujarat
અમીરગઢ ઈકબાલગઢ ગામે રબારી સમાજની જાહેર સભા યોજાઈ@live24newsgujarat
Maharashtra Election: महाराष्ट्र में चुनावी बयार कैसी चल रही है? - The Lens
Maharashtra Election: महाराष्ट्र में चुनावी बयार कैसी चल रही है? - The Lens
मैंने अभी वीडियो देखा... जितनी भी निंदा की जाए कम है- Jyotiraditya Scindia | Nitish Kumar Remark
मैंने अभी वीडियो देखा... जितनी भी निंदा की जाए कम है- Jyotiraditya Scindia | Nitish Kumar Remark