ভাৰত মাতাৰ বন্দনাৰে মুখৰিত আদৰ্শ গাওঁ কামৰূপ জিলাৰ দুমুনিচকীৰ শৰাইঘাট। স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষ্যে দেওবাৰে এক বিশাল নান্দনিক শোভাযাত্ৰা উলিওৱা হয় দুমুনিচকীৰ শৰাইঘাট আদৰ্শ গাঁৱত। শৰাইঘাট আল্টা পথৰ আদৰ্শ গাঁৱৰ মূল তোৰণ পৰা ৰাতিপুৱা আৰম্ভ হয় বিশাল শোভাযাত্ৰা।গাওখনৰ শতাধিক মহিলাই হাতত ত্ৰিৰংগা পতাকাৰে গাওঁ খনৰ আটাইকেইটা পথ পৰিভ্ৰমণ কৰি স্বাধীনতাৰ ৭৫ বছৰৰ আজাদী কি অমৃত মহোৎসব পালন কৰে।বেজেৰা উন্নয়ন খণ্ডৰ অধীনস্থ শৰাইঘাট আদৰ্শ গাঁৱৰ তোৰণ পৰাই আৰম্ভ হয় বিশাল শোভাযাত্ৰা। দুমুনিচকীৰ বিশিষ্ট সমাজকৰ্মী কিৰণ চন্দ্ৰ কাকতিয়ে মুকলি কৰা শোভাযাত্ৰাত গাওঁ প্ৰধান চিত্ৰলেখা নাথ চমুৱা, অৱনী কুমাৰ নাথ সহ বিশিষ্ট লোক সকল উপস্থিত থাকে I
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ए-वन रियल एस्टेट डेवलपर एंड बिल्डर्स का MLA अब्दुल सत्तर के हाथों हुआ उद्घाटन.
ए-वन रियल एस्टेट डेवलपर एंड बिल्डर्स का MLA अब्दुल सत्तर के हाथों हुआ उद्घाटन.
CM आतिशी की शपथ आज शाम 4.30 बजे:दिल्ली की 9वीं मुख्यमंत्री होंगी, कैबिनेट में 4 पुराने मंत्रियों समेत एक नया चेहरा
आतिशी दिल्ली की 9वीं और सबसे युवा मुख्यमंत्री के अलावा सुषमा स्वराज और शीला दीक्षित के बाद...
ભૂગર્ભ જળ રીચાર્જ કરીને પાણીના તળ ઉંચા લાવવા માટે રાજ્ય સરકાર કટીબધ્ધઃ--પાણી પુરવઠા મંત્રીશ્રી કુંવરજી બાવળીયા
*ભૂગર્ભ જળ રીચાર્જ કરીને પાણીના તળ ઉંચા લાવવા માટે રાજ્ય સરકાર કટીબધ્ધઃ--પાણી પુરવઠા મંત્રીશ્રી...