মঙ্গলদৈ জেব্ৰা ফৰ্চত জয়ন্ত হাজৰিকাৰ গীতৰ কৰ্মশালা। এতিয়া গৰমৰ বন্ধৰ সময়। গৰমৰ বন্ধৰ সময়ত সকলো ঠাইতে একাংশ লোকে অনুষ্ঠিত কৰে কৰ্মশালা। বিদ্যালয় বন্ধ থকা সময়চোৱাত অভিভাৱক সকলেও তেওঁলোকৰ সন্তানক আগবঢ়াই দিয়ে ভিন্ন কৰ্মশালাত। মঙ্গলদৈ জেব্ৰা ফ'ৰ্চৰ উদ্যোগত জয়ন্ত হাজৰিকাৰ গীতৰ ওপৰত অনুষ্ঠিত হৈছে ১৫ দিনীয়া কৰ্মশালা। ৫ জুলাই পৰা ১৯ জুলাইলৈ হবলগীয়া কৰ্মশালাত জিলা খনৰ বিভিন্ন প্ৰান্তৰ প্রশিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰে।প্ৰশিক্ষক হিচাপে উপস্থিত থাকে অনাতাঁৰ শিল্পী জীৱেদ্ৰ মোহন দেৱ শৰ্মা লগতে স্থানীয় বহু কেইগৰাকী শিল্পী।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
દ્વારકા જિલ્લામાં વરસાદની સ્થિતિમાં સફાઈની કામગીરી તેજ કરવામાં આવી,કલેકટર શ્રી એ આપી માહિતી
Video from માહિર. કલમ. ન્યૂઝ પેપર
অংগনবাড়ী কেন্দ্ৰ একত্ৰীকৰণৰ প্ৰস্তাব মূখ্যমন্ত্ৰীৰ স্কুলৰ পাছত এ এইবাৰ অংগনবাড়ী একত্ৰিকৰণৰ কৰা প্ৰস্তাব
এইবাৰ অংগনবাড়ী কেন্দ্ৰ একত্ৰিকৰণৰ প্ৰস্তাব মূখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ । স্কুলৰ পাছত এ...
Burn Belly Fat & Lose Weight Fast | पहले दिन से ही मोटापा घटना शुरू (No Dieting)
Burn Belly Fat & Lose Weight Fast | पहले दिन से ही मोटापा घटना शुरू (No Dieting)
एमसीडी में 'आप' को बहुमत, 131 सीटें जीतीं, भाजपा को 100 और कांग्रेस को सात सीट मिलीं
दिल्ली नगर निगम के 250 वार्डों के लिए मतगणना जारी है। आम आदमी पार्टी ने बहुमत हासिल कर लिया है।...