এইবাৰ অংগনবাড়ী কেন্দ্ৰ একত্ৰিকৰণৰ প্ৰস্তাব মূখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ । স্কুলৰ পাছত এ এইবাৰ অংগনবাড়ী কেন্দ্ৰ সমুহ একত্ৰিকৰণৰ প্ৰস্তাব গ্ৰহণ কৰিব মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। যোৱাকালি এক অনুস্থানত এই কথা ঘোষণা কৰে মূখ্যমন্ত্ৰী গৰাকীয়ে , ৰাজ্যত মুঠ ৬৫ হাজাৰ কেন্দ্ৰ আছে তাৰে ২০ হাজাৰ মান কেন্দ্ৰ একেবাৰে ওচৰা ওচৰিকৈ থকা বুলি উল্লেখ কৰিছে । তাৰে বহু কেন্দ্ৰৰ আন্ত:গাথনি অতি নিম্ন মানৰ বুলি আৰু এই একেলগে ওচৰত থকা কেন্দ্ৰ দুটা একত্ৰিকৰণ কৰি ভালকৈ নিৰ্মাণ কৰিব লাগে বুলি কয় । আৰু লগতে তেওঁ এনেধৰণে কয় যে ইয়াত কাৰো চাকৰি যোৱাৰ কথা নাহে আগতে য'ত এগৰাকী কৰ্মীয়ে কাম কৰিছিল এটিয়া ৩ গৰাকীয়ে কাম কৰিব । এইবছৰত ৩ হাজাৰ কেন্দ্ৰ নতুনকৈ নিৰ্মাণ কৰা হব । ৫ বছৰত ১৫ হাজাৰ কেন্দ্ৰ নিৰ্মাণ কৰা লক্ষ্য গ্ৰহণ কৰা কথা কয় মূখ্যমন্ত্ৰী গৰাকীয়ে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Breaking news: पूर्व DGP Vijay Kumar ने थामा BJP का दामन, डिप्टी CM Brajesh Pathak रहे मौजूद | UP
Breaking news: पूर्व DGP Vijay Kumar ने थामा BJP का दामन, डिप्टी CM Brajesh Pathak रहे मौजूद...
શંખેશ્વરમાં જીલ્લા કક્ષાના ધ્વજવંદન સમારોહ માટે તૈયારીઓને અપાયો આખરી ઓપ
શંખેશ્વરમાં જીલ્લા કક્ષાના ધ્વજવંદન સમારોહ માટે તૈયારીઓને અપાયો આખરી ઓપ
જીલ્લા કલેકટર...
শোণিতপুৰত লোক কল্যাণ দিৱস পালন; তিনিগৰাকী বঁটাপ্ৰাপকক লোক সেৱা পুৰস্কাৰ অৰ্পণ কৰিলে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই
সমগ্ৰ ৰাজ্যৰ লগতে আজি শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগতো উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত লোক কল্যাণ...
જાહેરમાં છરી થી ઘા મરનાર,અનડીટેક્ટ ખૂનના ગુન્હામા સંડોવાયેલ ત્રણ વ્યકિતોને પકડી પાડતી,ક્રાઈમ બ્રાન્ચ
જાહેરમાં છરી થી ઘા મરનાર,અનડીટેક્ટ ખૂનના ગુન્હામા સંડોવાયેલ ત્રણ વ્યકિતોને પકડી પાડતી,ક્રાઈમ બ્રાન્ચ