দেওবাৰে শিৱসাগৰ যুৱদলত সদৌ অসম টুৰিষ্ট গাইড এচ'ছিয়েশ্যনৰ প্ৰথম বাৰ্ষিক অধিবেশন খনি এক গাম্ভীৰ্য পূৰ্ণ কাৰ্য্যসূচীৰে অনুষ্ঠিত হয়।সমগ্ৰ অসমৰ লগতে চুবুৰীয়া ৰাজ্যৰ টুৰিষ্ট গাইড সকলো উপস্থিত থাকে। শিৱসাগৰ টুৰিষ্ট গাইড এচ'ছিয়েশ্যনে অনুষ্ঠিত কৰা এই কাৰ্যসূচীত উপস্থিত থাকে অৰণ্য মানৱ যাদৱ পায়েঙ, উত্তৰণ যাদুঘৰৰ প্ৰতিষ্ঠাপক দুৰ্লভ বৰা, অসম পৰ্যটন উন্নয়ণ নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, ভাৰত পৰ্য্যটনৰ আঞ্চলিক সঞ্চালক অনিল ওৰাং লগতে জিলাখনৰ বিশিষ্ট ব্যক্তি আৰু প্ৰতিখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
শিৱসাগৰত ৰংপুৰ সাহিত্য সভাৰ উদ্যোগত "ৰামৰাজা সিংহ"ৰ ১০৭ সংখ্যক ওপজা দিন উদ্যাপন
শিৱসাগৰঃ ৰংপুৰ সাহিত্য সভাৰ উদ্যোগত শিৱসাগৰত প্ৰয়াত সাহিত্যিক ৰামৰাজা সিংহৰ ওপজা দিন...
કામરેજ મામલતદાર કચેરી ખાતે EVM મશીન મૂકી લોકો ને માહિત ગાર કરાયા.
કામરેજ મામલતદાર કચેરી ખાતે EVM મશીન મૂકી લોકો ને માહિત ગાર કરાયા.
ગુજરાત વિધાનસભાની ચૂંટણીને બસ...
181 ની ટીમે સગીરાને માતા-પિતા રાખવા માંગતા ન હોય આશ્રય અપાવ્યો
181 ની ટીમે સગીરાને માતા-પિતા રાખવા માંગતા ન હોય આશ્રય અપાવ્યો
Varun Beverages Shares Up By 10% | इस Stock में क्या चल रहा है? CLSA ने क्यों बढ़ाई लक्ष्य?
Varun Beverages Shares Up By 10% | इस Stock में क्या चल रहा है? CLSA ने क्यों बढ़ाई लक्ष्य?
स्त्री 2 का अनोखा रिकॉर्ड, दो दिन में 118 करोड़ कमाने वाली पहली 'स्त्री' प्रधान फिल्म
श्रद्धा कपूर 2018 की हिट फिल्म 'स्त्री' के सीक्वल के साथ वापस आ गई हैं। अमर कौशिक द्वारा...