কাইলৈ দেশবাসীয়ে ৭৫তম স্বাধীনতা দিৱস। স্বাধীনতা দিৱস উদ্যাপনৰ কাৰনে বিশেষকৈ হৰ ঘৰ তিৰংগা কাৰ্য্য সূচী ৰূপায়ন কৰিবলৈ দেশযুৰি ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। দেশ স্বাধীন হোৱাৰ ৭৫তম বৰ্ষ অতিক্ৰম কৰা উপলক্ষে আজাদী কা মহোৎসৱ পালন কৰিবলৈ লোৱা হৈছে। এই মহোৎসৱৰ লগত সংগতি ৰাখি আজি পুৱা মৰানত বিধায়ক চক্ৰধৰ গগৈৰ নেতৃত্বত শতাধিক যুৱক যৱতীয়ে চাইকেল ৰেলীত অংশ গ্ৰহণ কৰে।
মৰান ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয় ৰ উদ্যোগত আৰু মৰান চাইক্লিং ক্লাব আৰু মৰানবাসীৰ সহযোগত মৰানত চাইকেল ৰেলী।
![](https://storage.googleapis.com/nerity.com/uploads/photos/2022/08/nerity_536ee72902170607344a32ea27ed29d3.jpg)
![Like](https://storage.googleapis.com/nerity.com/uploads/reactions/like.png)