ডিব্ৰুগড় জিলাৰ টিংখাঙত ই-ৰিক্সা চলাই আজাদী কা অমৃত মহোৎসৱ পালন কৰে মন্ত্ৰী বিমল বৰাই। দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আজি টিংখাঙত ই-ৰিক্সা সন্থাই বাহিৰ কৰে এক বিশাল ৰেলী । প্ৰায় শতাধিক ই-ৰিক্সা লৈ সমষ্টি টোৰ বিভিন্ন গ্ৰামাঞ্চলৰ মাজেৰে এই ৰেলী বাহিৰ কৰা হয়। এবাৰ যদি চালকৰ আসননত এবাৰ আকৌ যাত্ৰীৰ আসনত বহি এই ৰেলীৰ নেতৃত্ব দিয়ে মন্ত্ৰী বিমল বৰাই । প্ৰতিখন ইৰিক্সাত পতাকা লগাই দেশ ভক্তি গীত পৰিৱেশন কৰি এই ৰেলী বিভিন্ন গাঁৱৰ মাজেৰে পৰিভ্ৰমণ কৰি ৰাইজৰ মাজত স্বাধীনতা দিৱসৰ সজাগতাৰ সৃষ্টি কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
iPhone 15 Series से महंगी होगी iPhone 16 Series, इन वजहों से चुकानी पड़ सकती है मोटी रकम
iPhone 16 series को लेकर कई रिपोर्ट सामने आ चुकी हैं। माना जा रहा है कि iPhone 16 series कई बड़े...
વિસનગર : લોરેન્સીયન યુનિવર્સિટી કેનેડાના ડેલિગેટ્સે સાંકળચંદ પટેલ યુનિવર્સિટીની મુલાકાત લીધી
સાંકળચંદ પટેલ યુનિવર્સિટી કેમ્પસ ખાતે લોરેન્સિયન યુનિવર્સિટીના એસોસિયેટ વાઈસ પ્રેસિડેન્ટ, સેનેટ,...
ঘগ্ৰাপাৰৰ বিলপাৰ পথ দুৰ্ঘটনাত নিহত -১*
নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ থানাৰ অন্তৰ্গত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ বিলপাৰ নাৰিকুছি চ'কত আজি পুৱা প্ৰায়...
પાર્ટી પ્લોટનો નકલી દસ્તાવેજ કરનાર પકડાયો
#buletinindia #gujarat #vadodara