মোহন গাঁও আদৰ্শ অংগনবাড়ী কেন্দ্ৰ উদ্বোধন কৰিলে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। সোণাৰি সমষ্টিত নিৰ্মাণ কৰা এঘাৰটা আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ ভিতৰত ইতিমধ্যে ৮ টা কেন্দ্ৰ উদ্বোধন কৰা পাছত আজি আন তিনিটা উদ্বোধন কৰা হয়। চফ্ৰাই মোহনগাঁওস্থিত সিদ্ধাৰ্থ প্ৰাথমিক বিদ্যালয়ত নিৰ্মাণ কৰা মোহন গাঁও আদৰ্শ অংগনবাড়ী কেন্দ্ৰটো উদ্বোধনী অনুষ্ঠানত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ লগতে জিলা উপায়ুক্ত পল বৰুৱা, অতিৰিক্ত উপায়ুক্ত জাভেদ আৰমান, সমাজ কল্যাণ বিভাগৰ বিষয়াৰ লগতে বিশিষ্ট অতিথি সকল উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Black Mermaid: South Africa की पहली Black महिला Freediving Instructor से मिलिए (BBC Hindi)
Black Mermaid: South Africa की पहली Black महिला Freediving Instructor से मिलिए (BBC Hindi)
Business News |Futures & Option के जरिए किन Stocks में आज खरीदारी का बन रहा मौका? | Futures Express
Business News |Futures & Option के जरिए किन Stocks में आज खरीदारी का बन रहा मौका? | Futures...
ફૈઝ ચેરિટેબલ ટ્રસ્ટ અને ફૈઝ યંગ સર્કલ વક્ફ કમિટી દ્વારા ૨૮ મો બ્લડ ડોનેશન કેમ્પ યોજાયો 2022 |
ફૈઝ ચેરિટેબલ ટ્રસ્ટ અને ફૈઝ યંગ સર્કલ વક્ફ કમિટી દ્વારા ૨૮ મો બ્લડ ડોનેશન કેમ્પ યોજાયો 2022 |
Anuj Singhal's Spotlight | Tata Motors और Infosys क्यों है Radar पर? आगे इन Stocks में क्या होगा?
Anuj Singhal's Spotlight | Tata Motors और Infosys क्यों है Radar पर? आगे इन Stocks में क्या होगा?