সোণাৰিৰ নাফুক আদৰ্শ গাঁওত স্বাধীনতা দিৱস উপলক্ষে সাংস্কৃতিক শোভাযাত্ৰা। নাফুক আদৰ্শ গাঁওৰ বাসিন্দাৰ উদ্যোগত নাফুক সন্মিলিত যুৱ মঞ্চৰ কাৰ্যালয় প্ৰাঙ্গনৰপৰা নাফুক তিনি আলিলৈকে উলিওৱা হয় এই শোভাযাত্ৰা।