দেশৰ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি তেৰ আগষ্টৰ পৰা নাৰায়ণপুৰ পৌৰসভাই খোলচোৱা পুখুৰীত অমৃত সৰোবৰ মেলা নামেৰে অনুষ্ঠিত কৰা স্বাধীনতা দিৱসৰ আজি ১৪ আগষ্ট দিনটোৰ কাৰ্যসুচী আৰম্ভ হয় জল আহৰণ যাত্ৰাৰে ৷ এই কাৰ্যসুচীৰ জৰিয়তে নগৰখনৰ ঐতিহাসিক খোলচোৱা পুখুৰীতো অমৃত সৰোবৰ ৰুপে নিৰ্মাণ কৰিবলৈ হাতত লৈছে পৌৰসভাই ৷ শ্ৰীশ্ৰী ফুলনি থানৰ পৰা জল আহৰণ কৰি পুৰোহিতৰ মন্ত্ৰোচ্চাৰণেেৰে খোলচোৱা পুখুৰীক বিশুদ্ধিকৰণ কৰাৰ চেষ্টা কৰে ৷ অনুষ্ঠানত অংশ ল’লে জিলা উপায়ুক্ত সুমিত সাত্তাৱনে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
খোৱাং মহাবিদ্যালয়ত স্বাধীনতা দিৱসৰ কাৰ্য্যসূচীৰ শুভাৰম্ভ
ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে ভাৰত চৰকাৰে উদযাপন কৰা "আজাদী কা অমৃত...
যোৰহাটৰ বৰ্বৰ আক্ৰমণত বলি হোৱা ছাত্ৰনেতা অনিমেষ ভূঞাৰ মৃত্যবাৰ্ষিকী .কি পৰ্যায়ত আছে ন্যায় ব্যৱস্থা
যোৰহাটৰ বৰ্বৰ আক্ৰমণত বলি হোৱা ছাত্ৰনেতা অনিমেষ ভূঞাৰ মৃত্যবাৰ্ষিকী .কি পৰ্যায়ত আছে ন্যায় ব্যৱস্থা
Junagadh: કેશોદના અજાબ ગામ પાસે ભાદરડી નદી માં ફોરવ્હીલ કાર ખાબકી
કેશોદના અજાબ ગામ પાસે ભાદરડી નદી માં ફોરવ્હીલ કાર ખાબકી
કેશોદ તાલુકાનાં અજાબ કેશોદ રોડ પર આવેલી...
अखेर राज्य सरकारचा शेतकऱ्यांना दुप्पट मदत देण्याचा निर्णय
अखेर राज्य सरकारची शेतकऱ्यांना दुप्पट मदत देण्याचा निर्णय
आमदार डॉ देवरावजी होळी यांनी मानले...
India के सख्त रुख के बाद नरम पड़े Justin Trudeau, कहा- भारत के साथ हम अच्छे रिश्ते चाहते हैं |AajTak
India के सख्त रुख के बाद नरम पड़े Justin Trudeau, कहा- भारत के साथ हम अच्छे रिश्ते चाहते हैं |AajTak