দেশৰ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি তেৰ আগষ্টৰ পৰা নাৰায়ণপুৰ পৌৰসভাই খোলচোৱা পুখুৰীত অমৃত সৰোবৰ মেলা নামেৰে অনুষ্ঠিত কৰা স্বাধীনতা দিৱসৰ আজি ১৪ আগষ্ট দিনটোৰ কাৰ্যসুচী আৰম্ভ হয় জল আহৰণ যাত্ৰাৰে ৷ এই কাৰ্যসুচীৰ জৰিয়তে নগৰখনৰ ঐতিহাসিক খোলচোৱা পুখুৰীতো অমৃত সৰোবৰ ৰুপে নিৰ্মাণ কৰিবলৈ হাতত লৈছে পৌৰসভাই ৷ শ্ৰীশ্ৰী ফুলনি থানৰ পৰা জল আহৰণ কৰি পুৰোহিতৰ মন্ত্ৰোচ্চাৰণেেৰে খোলচোৱা পুখুৰীক বিশুদ্ধিকৰণ কৰাৰ চেষ্টা কৰে ৷ অনুষ্ঠানত অংশ ল’লে জিলা উপায়ুক্ত সুমিত সাত্তাৱনে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
बांग्लादेश के हालात पर कई सांसदों ने जताई चिंता, सरकार से भारत के हितों की रक्षा की जताई उम्मीद
नई दिल्ली। विभिन्न दलों के सांसदों ने बांग्लादेश की प्रधानमंत्री शेख हसीना के इस्तीफे और...
અવસર છે લોકશાહીનો - ગુજરાત વિધાનસભા ચૂંટણી-૨૦૨૨
ગુજરાત વિધાનસભાની આવનારી ચૂંટણીની તૈયારી અંગે સમીક્ષા કરતાં મુખ્ય ચૂંટણી કમિશનરશ્રી રાજીવ કુમાર
૩૩ જિલ્લા ચૂંટણી અધિકારી અને જિલ્લા પોલીસ વડા દ્વારા વિસ્તૃત પ્રેઝન્ટેશન રજૂ કરાયું...
बालोतरा में पत्रकार के साथ मारपीट प्रकरण में दो मुलजिम गिरफ्तार..
http://gexpressnewsnetwork.blogspot.com/2022/10/blog-post_17.html