এইবাৰ দুটা ভৰিৰ যাদু দেখাবলৈ আৰক্ষী নামিল খেল পথাৰত।হোজাইত ৭৫ সংখ্যক স্বাধীনতা দিৱস ও অমৃত মহোৎসৱ উপলক্ষে এখন ফুটবল প্ৰতিযোগিতা হোজাই পুলিচ প্ৰশাসনে অনুষ্ঠিত কৰে।এই ফুটবল খেলখন হোজাই বিহুতলী খেলপথাৰত কাকী আৰক্ষী আৰু ডৱকা আৰক্ষী চকী মাজত বিয়লি অনুষ্ঠিত হয়। ফুটবল খেলখনত ৩-০ ব্যৱধানত কাকী আৰক্ষী চকী জয়লাভ কৰে।জয়লাভ পাছত দুই দলৰ মাজত বটা-বিতৰণী অনুস্থান অনুষ্ঠিত হয়।উপষ্ঠিত আছিল হোজাই আৰক্ষী অধীক্ষক বৰুণ পুৰুকাস্ত,উপ-আৰক্ষী অধীক্ষক,DSP, হোজাই বিভিন্ন আৰক্ষী চকীৰ ভাৰপাপ্ত বিষয়া সকল ,পুলিচ সকল আৰু ৰাইজ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
જો ઘરની અંદર પ્રવેશતા જ બાથરૂમ હોય તો..??
#buletinindia #gujarat #ahmedabad #india #world #joaneto
শিৱসাগৰৰ বিশিষ্ট নাট্য সংগঠক মুন বৰুৱাৰ দেহাৱসানঃ দল-সংগঠনৰ শোক প্ৰকাশ
শিৱসাগৰঃ শিৱসাগৰ নগৰৰ আমোলাপট্টিৰ ৭ নং ৱাৰ্ডৰ বাসিন্দা বিশিষ্ট নাট্য সংগঠক, সমাজকর্মী, অভিনেতা,...
‘राहुल गांधी केवल देश को तोड़ने की बात करते हैं’, जम्मू में बोले CM भजनलाल; धारा 370 हटने के गिनाए फायदे
मुख्यमंत्री भजनलाल शर्मा ने कहा कि राहुल गांधी केवल देश को तोड़ने की बात करते हैं। उन्हें सोचना...