জন্মু-কাশ্মীৰত তীৰ্থ যাত্ৰীৰ ওপৰত মৌলবাদী সন্ত্ৰাসবাদী আক্ৰমনক লৈ মৰাণত তীব্ৰ প্ৰতিবাদ বিশ্ব হিন্দু পৰিষদ, বজৰং দল মৰাণ প্ৰখণ্ডৰ । বৈষ্ণো দেৱী মন্দিৰলৈ যোৱা তীৰ্থ যাত্ৰীৰ ওপৰত মৌলবাদী সন্ত্ৰাসবাদীৰ আক্ৰমনত দহজনকৈ তীৰ্থযাত্ৰী নিহত হয় । যাৰ বাবে দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আজি মৰাণ নগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদী সমদলেৰে আহি মৰাণ ট্ৰেফিক পইন্টৰ সন্মূখত জেহাদীৰ পুত্তলিকা আৰু পাকিস্থানৰ পতাকা দাহ কৰাৰ লগতে প্ৰায় ১ ঘন্টা ধৰি ঘাইপথ অৱৰোধ কৰে । প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে তীৰ্থযাত্ৰীসকলৰ সুৰক্ষাৰ লগতে হিন্দুসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবীৰ লগতে জেহাদী সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহন কৰিবলৈ ভাৰত চৰকাৰক দাবী জনাই সংগঠনটোৱে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
फर्जी वकील बनकर गया बूंदी निवासी युवक बारां मे गिरफतार, पैरवी करने के लिये बना रहा था दबाव
बूंदी। बारां पारिवारिक न्यायालय मे चल रहे एक प्रकरण मे सोमवार दोपहर बूंदी निवासी एक युवक उस समय...
राजस्थान महिला मंडळ तर्फे मजदुर महिला कामगारांना छत्र्या वाटप करण्यात आले.
सिध्देश्वर मठपती
धर्माबाद प्रतिनिधी:
धर्माबाद शहरातील राजस्थान महिला मंडळ...
Russian Nuclear Capability: क्रेमलिन ने अंतरिक्ष में रूसी परमाणु क्षमता को लेकर अमेरिकी चेतावनी को किया खारिज
रूस ने गुरुवार को अंतरिक्ष में नई रूसी परमाणु क्षमताओं को लेकर अमेरिका की चेतावनी को खारिज कर...
રાજપુર ખાતે ત્રિદિવસીય પ્રાણ પ્રતિષ્ઠા મહોત્સવ ની પૂર્ણાહુતિ પ્રસંગે માનવ મહેરામણ ઉમટયો #newsgujarat
રાજપુર ખાતે ત્રિદિવસીય પ્રાણ પ્રતિષ્ઠા મહોત્સવ ની પૂર્ણાહુતિ પ્રસંગે માનવ મહેરામણ ઉમટયો #newsgujarat