
গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আজি জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অসম য়ুথ অলিম্পিক, ২০২২ত পদক প্ৰাপকসকলক সম্বৰ্ধনা জ্ঞাপন কৰা কৰা হয় । এই উপলক্ষে আয়োজিত অনুষ্ঠানত বিভিন্ন শিতানত জিলাখনৰ পৰা ৫৫টা পদক লাভ কৰা খেলুৱৈসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয় । অনুষ্ঠানত জিলা উপায়ুক্ত শ্ৰী মৃগেশ নাৰায়ণ বৰুৱা, অতিৰিক্ত উপায়ুক্ত ডঃ সংগীতা বৰঠাকুৰ, জিলা ক্ৰীড়া বিষয়া শ্ৰীযুতা ছেমি শইকীয়া, গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ সভাপতি ডাঃ অজিত বৰুৱা, জিলা ক্ৰীড়া সন্থাৰ সম্পাদক শ্ৰী সঞ্জীৱ সন্দিকৈ, উপ-সভাপতি শ্ৰী দীনেশ গগৈ আৰু ডঃ নৃপেন বৰুৱা আৰু ভালেসংখ্যক গন্যমান্য ব্যক্তি, খেলুৱৈ, অভিভাৱক আৰু ৰাইজে অংশগ্ৰহন কৰে । অনুষ্ঠানৰ সৈতে সংগতি ৰাখি স্বাধীনতাৰ অমৃত মহোৎসৱ আৰু হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ অংশৰূপে গোলাঘাট নগৰত এটা সজাগতামূলক পদযাত্ৰাও উলিওৱা হয় ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
દેવભૂમિ દ્વારકા જિલ્લાના કલ્યાણપુર તાલુકાના રાવલ ગામે ACB ની સફળ ટ્રેપ...
ફ્લેશ ન્યૂઝ
દેવભૂમિ દ્વારકા જિલ્લાના કલ્યાણપુર તાલુકાના રાવલ ગામે ACB ની સફળ ટ્રેપ......
રાજસ્થાનમાં IAF મિગ-21 ક્રેશઃ રાજસ્થાનના બાડમેરમાં મિગ-21 ક્રેશ, બે પાઇલોટ્સનું બલિદાન; તપાસના આદેશો. વિડિયો
ગુરુવારે રાત્રે ભારતીય વાયુસેનાના બે પાઇલોટ્સનું બલિદાન આપવામાં આવ્યું હતું જ્યારે રાજસ્થાનના...
सांसद नवनीत राणा बनीं बुलेट रानी, Ram Navmi पर चलाई बाइक, बोलीं- हम राम भक्त...हार की फिक्र नहीं
महाराष्ट्र के अमरावती से निर्दलीय सांसद नवनीत राणा हनुमान भक्ति को लेकर बीते दिनों चर्चा में आई...
ડીસા ઉતર પોલીસ સ્ટેશનમાં પોસ્કો એકટ મુજબની નોંધાઈ ફરીયાદ..
ડીસા ઉતર પોલીસ સ્ટેશનમાં પોસ્કો એકટ મુજબની નોંધાઈ ફરીયાદ..
Actor Suniel Shetty ने MG Comet को बनाया अपनी पहली इलेक्ट्रिक कार, जानिए कितनी खास है ये छोटू ईवी
Suniel Shetty ने भारतीय ऑटो मार्केट में मौजूद कई अन्य विकल्पों की जगह MG Comet को चुनकर थोड़ा सा...