ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেডিঅ জ্ঞানমালিনীৰ উদ্যোগত আৰু খোৱাং মহাবিদ্যালয়ৰ মহিলা কোষৰ সহযোগত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত "সামাজিক লিংগ আৰু নিৰ্যাতন" সম্পৰ্কে এক সজাগতা সভাৰ আয়োজন কৰা হয় । সভাত ৰেডিঅ জ্ঞানমালিনীৰ অনুষ্ঠান কাৰ্যবাহী বিষয়া কৌস্তুভ নাথ আৰু স্বপ্নালী ভূঞা উপস্থিত থাকে । সমাজত নাৰীয়ে সন্মুখীন হোৱা বিভিন্ন বৈষম্য আৰু নিৰ্যাতন সম্পৰ্কে নিজৰ অনুভৱ ব্যক্ত কৰে ছাত্ৰ ছাত্ৰীৰ লগতে মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সমন্নয়ক ডঃ দীপালী ভট্টাচাৰ্য্য, প্ৰদীপ চুতীয়া , মহাবিদ্যালয়ৰ মহিলা কোষৰ সমন্নয়ক ডঃ চাজমিনা আখতাৰ তথা ৰেডিঅ জ্ঞানমালিনীৰ ঘোষিকাদ্বয় শান্তনা লাহন আৰু হিৰণ্যপ্ৰভা দিহীঙ্গীয়াই । ৰেডিঅ জ্ঞানমালিনীৰ কৌস্তুভ নাথে আঁত ধৰা সভাখনত উপস্থিত আছিল মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ত্ৰৈলোক্য দিহীঙ্গীয়াৰ লগতে দিল্লীস্থ USAID ৰ পৰা অহা নিৰীক্ষক ডঃ ডাউড আলম আৰু গুৱাহাটী কাৰ্য্যালয়ৰ ডঃ জেহিৰুল ইছলাম । উল্লেখ্য যে USAID এ বেচৰকাৰী সংগঠন SMART ৰ সহযোগত " Gender based Violence" ৰ ওপৰত দেশৰ বিভিন্ন অঞ্চলত সজাগতা সভা আয়োজন কৰি এই সম্পৰ্কে জনগণক সজাগ কৰিবলৈ প্ৰচেষ্টা কৰি আহিছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ભાવનગર: યુનિ.માં લેવાઈ પરીક્ષામાં ચોરી CCTVમાં કેદ, પરીક્ષા રદ કરવા અરજી
ભાવનગર: યુનિ.માં લેવાઈ પરીક્ષામાં ચોરી CCTVમાં કેદ, પરીક્ષા રદ કરવા અરજી
ઘાણા ગામની ભાવના ચૌધરીએ શાહજહાં ખાતે બ્રોન્ઝ મેડલ મેળવી સમગ્ર દેશનું નામ કર્યું રોશન.
શારજહા યુનાઈટેડ આરબ અમીરાત અલ્થીકાહ ખાતે યોજાયેલ ઈન્ટરનેશનલ ઓપન પેરા એથ્લેટિકસમાં ભાવનાબેન...
*નાગફણાના ગોગા મહારાજ ધામ* **૧૧ મી વાર્ષિક તિથિ મહોત્સવ*
*નાગફણાના ગોગા મહારાજ ધામ* **૧૧ મી વાર્ષિક તિથિ મહોત્સવ*
ડીસા...
प्रथमच ऊसतोड कामगारांच्या मुलांसाठी 'हंगामी वसतिगृह!'*
जिंतूर:ता.19(प्रतिनिधी)ऊसतोड कामगारांच्या पाल्यांची अबाळ होऊ नये, म्हणून दरवर्षी समग्र शिक्षा...