
গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আজি জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অসম য়ুথ অলিম্পিক, ২০২২ত পদক প্ৰাপকসকলক সম্বৰ্ধনা জ্ঞাপন কৰা কৰা হয় । এই উপলক্ষে আয়োজিত অনুষ্ঠানত বিভিন্ন শিতানত জিলাখনৰ পৰা ৫৫টা পদক লাভ কৰা খেলুৱৈসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয় । অনুষ্ঠানত জিলা উপায়ুক্ত শ্ৰী মৃগেশ নাৰায়ণ বৰুৱা, অতিৰিক্ত উপায়ুক্ত ডঃ সংগীতা বৰঠাকুৰ, জিলা ক্ৰীড়া বিষয়া শ্ৰীযুতা ছেমি শইকীয়া, গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ সভাপতি ডাঃ অজিত বৰুৱা, জিলা ক্ৰীড়া সন্থাৰ সম্পাদক শ্ৰী সঞ্জীৱ সন্দিকৈ, উপ-সভাপতি শ্ৰী দীনেশ গগৈ আৰু ডঃ নৃপেন বৰুৱা আৰু ভালেসংখ্যক গন্যমান্য ব্যক্তি, খেলুৱৈ, অভিভাৱক আৰু ৰাইজে অংশগ্ৰহন কৰে । অনুষ্ঠানৰ সৈতে সংগতি ৰাখি স্বাধীনতাৰ অমৃত মহোৎসৱ আৰু হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ অংশৰূপে গোলাঘাট নগৰত এটা সজাগতামূলক পদযাত্ৰাও উলিওৱা হয় ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પાલિતાણા ભેરવનાથ ચોક ખાતે ૧૦૮ ફૂટનું કટ આઉટ ઉભુ કરવામાં આવ્યું
પાલિતાણા ભેરવનાથ ચોક ખાતે ૧૦૮ ફૂટનું કટ આઉટ ઉભુ કરવામાં આવ્યું
ટ્રક અને જીપડાલુ સામસામે ટકરાતાં અકસ્માત સર્જાયો
ટ્રક અને જીપડાલુ સામસામે ટકરાતાં અકસ્માત સર્જાયો
BRICS Summit 2023: World leaders to discuss BRICS expansion | World News
BRICS Summit 2023: World leaders to discuss BRICS expansion | World News
নামনি মাজুলী টঙ্কেশ্বৰ দলে ৰ মৃত্যু
দ্বীপ জিলা মাজুলীৰ নামনি মাজুলীৰ মহৰিচুক গাৱঁৰ সৰবৰাহী ধৰ্মপ্ৰান ব্যক্তি তথা গড়কাপ্তানি বিভাগৰ...