দেশত কালিয়ৰে পৰা ৰক্ষা বন্ধন উৎসৱ প্ৰত্যেক ঘৰতে উদযাপন কৰিছে সমান্তৰালকৈ ডিফেণ্স ফৰ্চ প্ৰিপেটৰি একাডেমীৰ উদ্যোগত আৰু ১৭ অসম ৰাইফলছৰ সহযোগত আজি শুক্ৰবাৰে ডিফেণ্স ফৰ্চ প্ৰিপেটৰি একাডেমীৰ প্ৰাংগনত উলহ-মালহৰে ৰক্ষাবন্ধন কাৰ্যসূচী পালন কৰা হয়। এই কৰ্মশালা একাডেমীৰ সভাপতি কৰন ঠাকুৰ আৰু সম্পাদক উদ্দ্বব পাটগিৰিৰ লগতে অসম ৰাইফলছৰ ওৱাৰেন্ট অফিচাৰ নন্দন সিং লগতে আন ১৫ জন জোৱান আৰু ডিএফপি একাডেমীৰ সকলো প্ৰশিক্ষাৰ্তি উপস্থিত থাকে। জানিব দিয়ামতে ৰক্ষা বন্ধনৰ কাৰ্যসূচী একাডেমীৰ সভাপতি কৰন ঠাকুৰৰ মাতৃ শান্তি দেৱীয়ে প্ৰথমে ৰাখী বান্ধি শুভাৰম্ভ কৰে আৰু লগে লগে একাডেমীৰ আন সদস্যসকলে সকলো জোৱানকে ৰাখী বান্ধি ভাই ভনীয়েকৰ সমন্বয় অটুত ৰখাৰ প্ৰতিশ্ৰুতি দিয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પતિ-પત્ની વચ્ચે ઝઘડો : સુરતમાં નજીવી બાબતે પતિ-પત્ની વચ્ચે થયો ઝઘડો, પતિએ પીધું ઝેર અને પત્નીએ પીધું સિંદૂર, પતિનું મોત
પતિ-પત્ની વચ્ચે ઝઘડો ખૂબ જ સામાન્ય બાબત છે. પરંતુ કેટલીકવાર આમાં ખૂબ જ ખોટા પરિણામો જોવા મળે છે....
AAJTAK 2 | AJMER में कई जगह पर क्यों हुआ बुलडोजर एक्शन ? | AT2 VIDEO
AAJTAK 2 | AJMER में कई जगह पर क्यों हुआ बुलडोजर एक्शन ? | AT2 VIDEO
Jammu-Kashmir Voting: 10 साल बाद जम्मू-कश्मीर में मतदान के लिए उमड़े लोग, 11 बजे तक 26% वोटिंग
Jammu-Kashmir Voting: 10 साल बाद जम्मू-कश्मीर में मतदान के लिए उमड़े लोग, 11 बजे तक 26% वोटिंग
ઉચ્છદ ગામ તળાવ પાસેથી મગર ઝડપાયો.
ઉચ્છદ ગામ તળાવ પાસેથી મગર ઝડપાયો.
લીલીયામાં જેલમાંથી છુટ્ટીને આવેલા કિશન દવે નામના બુટલેગર ઉપર મોડી રાત્રે ૨ રાઉન્ડ ફાયરિંગ કરાયું
અમરેલી જિલ્લામાં મોડી રાતે ફાયરિંગની ઘટનાએ ચકચાર મચાવી દીધી છે. લીલીયા શહેરમાં કિશન દવે નામના...