বেচৰকাৰী মহিলা সংগঠন ‘JCI MORAN - The Royals’ ৰ প্ৰশংসনীয় পদক্ষেপ । মৰাণৰ সমীপৰ খুমটাই চাহ বাগিছাত প্ৰায় ৫০০ গৰাকী দৰিদ্ৰ লোকক বস্ত্ৰদান কৰে সংগঠনটোৱে । সমাজত অৰ্থনৈতিকভাৱে পিছ পৰি থকা লোকসকলক সামান্য পৰিমানে হলেও সকাহ দিয়াৰ উদ্দেশ্যে ‘JCI MORAN - The Royals’ য়ে গ্ৰহন কৰে এই কাৰ্যসূচী । বৃহত্তৰ মৰাণ অঞ্চলৰ একাংশ সচেতন মহিলাক লৈ গঠিত ‘JCI MORAN - The Royals’ ৰ এই পদক্ষেপক ধন্যবাদ জ্ঞাপন কৰিছে সচেতন মহলে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
विश्व गुरु है गौरवमयी भारतीय संस्कृति - बिरला
विश्व गुरु है गौरवमयी भारतीय संस्कृति - बिरला
ज्योतिष एवं धर्मशास्त्र परिषद के व्रतोत्सवादि...
Kisan Andolan Updates: Farmers Protest की Exclusive तस्वीरें, देखिए Aaj Tak की जांबाज रिपोर्टिंग
Kisan Andolan Updates: Farmers Protest की Exclusive तस्वीरें, देखिए Aaj Tak की जांबाज रिपोर्टिंग
સાવરકુંડલા અને ગીરમાં ભુકંપનાં ઝટકા યથાવત મિતીયાળામાં ગઇરાત્રે પણ આવ્યા ભુકંપનાં ઝટકા એક માસમાં અંદાજે આવ્યા ભૂકંપના 30 વખત ઝટકા ,
ષૌરાષ્ટ્રમાં સાવરકુંડલા તાલુકાનુ ગીરકાંઠાનુ મિતીયાળા ગામ ભુકંપના ભયનો માહોલ છવાએલો છે.! કારણકે...
गली में तेज रफ्तार में पावर बाइक चलने से टोकने पर बदमाशों ने व्यक्ति पर चाकू से किया प्राणघातक हमला
कोटा। शहर में बाइक सवार बदमाशों का आतंक हमने का नाम नहीं ले रहा है । गुरुवर तेरे शाम को आरके पुरम...
সাত সাগৰ তেৰ নদীৰ পাৰত শ্ৰীমদভাগৱত গীতাৰ বাণী, আমেৰিকাত দুহেজাৰ শিশুৰ মুখত উচ্চাৰিত হ'ল গীতাৰ বাণী
ৱাশ্বিংটন, ১৭ আগষ্ট । ভাৰতীয় সংস্কৃতি এতিয়া সমগ্ৰ বিশ্বত পৰিচিত। তাৰেই এক প্ৰমাণ পোৱা গ'ল...