*শিৱসাগৰত ই-ৰিক্সাৰ হৰ-ঘৰ ত্ৰিৰংগা কাৰ্য্যসূচী।*

৭৫ তম স্বাধীনতা দিৱসক সন্মান জনাই ভাৰতৰ লগতে অসমৰ শ্বহীদ বীৰ-বীৰাঙ্গনা সকলক শ্ৰদ্ধাঞ্জলি জনাই শিৱসাগৰ পৌৰসভাৰ অন্তগৰ্ত ই ৰিক্সা সন্থাই সমদল বাহিৰ কৰে।  আজাদী কা অমৃত মহোৎসৱ লগত সংগতি ৰাখি উলিয়াই এই সমদল |