দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস পালন কৰিবলৈ পূৰ্ণগিতত চলিছে প্ৰস্তুতি। ইতিমধ্যে দেশ স্বাধীনৰ ৭৫ টা বৰ্ষ পূৰ্ণ হোৱাৰ উপলক্ষে কেন্দ্ৰীয় চৰকাৰৰ আহ্বানক সন্মান জনাই হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীত অংশগ্ৰহণ কৰি ঘৰে ঘৰে উৰিছে জাতীয় পতাকা। লগতে আজাদী কা অমৃত মহোৎসৱ’ৰ উপলক্ষে হৈছে বিভিন্ন কাৰ্যসূচী। সমান্তৰালকৈ আজি মৰাণত মৰাণ ৰাজহ চক্ৰৰ উদ্যোগত মৰাণ আঞ্চলিক ব্যৱসায়ী সন্থা, দিখাৰী গাওঁপঞ্চায়ত আৰু মৰাণ আৰক্ষীৰ সহযোগত স্বচ্ছতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি চাফাই অভিযান আৰম্ভ কৰে। হাতে হাতে ঝাৰু লৈ ব্যস্ত হৈ পৰে মৰাণ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া শ্ৰী মতী শ্ৰাৱনা সোনোৱাল, আৰক্ষী পৰিদৰ্শক শিদ্ধেশ্বৰ বড়ো, ব্যৱসায়ী সন্থাৰ সভাপতি ময়ুৰ বৰুৱাৰ লগতে সন্থাৰ কাৰ্যকৰ্তা, চক্ৰ বিষয়া কাৰ্যালয়ৰ কৰ্মকৰ্তা আৰু দিখাৰী পঞ্চায়তৰ কৰ্মী সকলে। লগতে এই কাৰ্যসূচীৰ জৰিয়তে স্বচ্ছতাৰ ওপৰত লক্ষ্য কৰি প্লাষ্টিক মুক্ত অসম হিচাপে গঢ়ি তুলিবলৈ চক্ৰ বিষয়াসহ সকলোৱে আহ্বান জনাই ৰাইজক।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Breaking News: टाइगर रिजर्व निदेशक नियुक्ति पर Supreme Court ने CM Dhami के फैसले पर उठाए सवाल
Breaking News: टाइगर रिजर्व निदेशक नियुक्ति पर Supreme Court ने CM Dhami के फैसले पर उठाए सवाल
Top Trades For Tomorrow: बाजार खुलने पर इन Stocks में दिखेगा Action, आज ही तैयार करें निवेश
Top Trades For Tomorrow: बाजार खुलने पर इन Stocks में दिखेगा Action, आज ही तैयार करें निवेश
IGM कॉम्पुटर प्रशिक्षणाचा निकाल शंभर टक्के ९० विद्यार्थी MSCIT परीक्षा पास
IGM कॉम्पुटर प्रशिक्षणाचा निकाल शंभर टक्के90 विद्यार्थी MSCIT परीक्षा पास
मध्य प्रदेश शासन के पूर्व मंत्री मुकेश नायक जी युवा नेता ऋषभ गर्ग के निवास पहुंचकर की सौजन्य भेंट
*मध्य प्रदेश शासन के पूर्व मंत्री मुकेश नायक जी युवा नेता ऋषभ गर्ग के निवास पहुंचकर की सौजन्य...