দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস পালন কৰিবলৈ পূৰ্ণগিতত চলিছে প্ৰস্তুতি। ইতিমধ্যে দেশ স্বাধীনৰ ৭৫ টা বৰ্ষ পূৰ্ণ হোৱাৰ উপলক্ষে কেন্দ্ৰীয় চৰকাৰৰ আহ্বানক সন্মান জনাই হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীত অংশগ্ৰহণ কৰি ঘৰে ঘৰে উৰিছে জাতীয় পতাকা। লগতে আজাদী কা অমৃত মহোৎসৱ’ৰ উপলক্ষে হৈছে বিভিন্ন কাৰ্যসূচী। সমান্তৰালকৈ আজি মৰাণত মৰাণ ৰাজহ চক্ৰৰ উদ্যোগত মৰাণ আঞ্চলিক ব্যৱসায়ী সন্থা, দিখাৰী গাওঁপঞ্চায়ত আৰু মৰাণ আৰক্ষীৰ সহযোগত স্বচ্ছতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি চাফাই অভিযান আৰম্ভ কৰে। হাতে হাতে ঝাৰু লৈ ব্যস্ত হৈ পৰে মৰাণ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া শ্ৰী মতী শ্ৰাৱনা সোনোৱাল, আৰক্ষী পৰিদৰ্শক শিদ্ধেশ্বৰ বড়ো, ব্যৱসায়ী সন্থাৰ সভাপতি ময়ুৰ বৰুৱাৰ লগতে সন্থাৰ কাৰ্যকৰ্তা, চক্ৰ বিষয়া কাৰ্যালয়ৰ কৰ্মকৰ্তা আৰু দিখাৰী পঞ্চায়তৰ কৰ্মী সকলে। লগতে এই কাৰ্যসূচীৰ জৰিয়তে স্বচ্ছতাৰ ওপৰত লক্ষ্য কৰি প্লাষ্টিক মুক্ত অসম হিচাপে গঢ়ি তুলিবলৈ চক্ৰ বিষয়াসহ সকলোৱে আহ্বান জনাই ৰাইজক।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Gujarat Politics News । ભાજપના મુરતિયા પર આખરી મહોર ક્યારે ? | political update | gujarati news
Gujarat Politics News । ભાજપના મુરતિયા પર આખરી મહોર ક્યારે ? | political update | gujarati news
मैथिली ठाकुरने गायले हे सुंदर अप्रतिम गीत...
मैथिली ठाकुरने गायले हे सुंदर अप्रतिम गीत...
ಸ್ಟ್ರೀಕ್ಸ್ ಪ್ರೊಫೆಶನಲ್' ತನ್ನ ಇತ್ತೀಚಿನ ಸಂಗ್ರಹ ಮಕ್ಯುರಿಯಲ್’ ಅನ್ನು ಬೆಂಗಳೂರಿನಲ್ಲಿ ಪ್ರದರ್ಶಿಸಿದೆ.
ಸ್ಟ್ರೀಕ್ಸ್ ಪ್ರೊಫೆಶನಲ್' ತನ್ನ ಇತ್ತೀಚಿನ ಸಂಗ್ರಹ 'ಮಕ್ಯುರಿಯಲ್’ ಅನ್ನು ಬೆಂಗಳೂರಿನಲ್ಲಿ...
ವಿಧಾನಸೌಧದಲ್ಲಿ ರಾಜ್ಯಪಾಲರನ್ನು ಸ್ವಾಗತಿಸಿದ ಸಿಎಂ ಸಿದ್ದರಾಮಯ್ಯ
ಇಂದಿನಿಂದ ರಾಜ್ಯ ವಿಧಾನಮಂಡಲ ಅಧಿವೇಶನ ನಡೆಯುತ್ತಿದ್ದು, ಅಧಿವೇಶನವನ್ನು ಉದ್ದೇಶಿಸಿ ಭಾಷಣ ಮಾಡಲು ಆಗಮಿಸಿದ...
इस Diet Plan से किसी भी बीमारी का इलाज संभव | Subah Saraf | Satvic Movement
इस Diet Plan से किसी भी बीमारी का इलाज संभव | Subah Saraf | Satvic Movement