সমাগত দুৰ্গোৎসৱক লৈ উখল মাসল পৰিবেশ ।
দুৰ্গোৎসৱ উদযাপনৰ বাবে সাজু হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পূজা সমিতি সমূহ।সমান্তৰালভাবে দুৰ্গোৎসৱ উদযাপনৰ বাবে সাজু উঠিছে হাঁৰ্হি দেৱালৰ আয়োজক সমিতি।
সেয়েহে হাঁৰ্হি দেৱালয়ত কোনোধৰণৰ অসুবিধা তথা নিৰাপত্তাৰ ক্ষেত্ৰত বাধা তথা সুন্দৰ ভাবে পৰিচালনা কৰা হয় তাৰ উদ্দেশ্য আগত ৰাখি ঐতিহ্যমণ্ডিত হাঁৰ্হি দেৱালয়ত ঢকুৱাখনা প্ৰশাসন তথা লখিমপুৰ জিলা অতিৰিক্ত উপায়ুক্ত অৰিন্দম বৰুৱা, ঢকুৱাখনা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজ্যোতি ৰয়, উপ পৰিদৰ্শক দীনেশ মেধী ,পূজা সমিতিৰ, চক্ৰ বিষয়া, সৈতে আলোচনা কৰে।