শিৱসাগৰ জিলা নিৰ্বাচনী বিষয়া সুব্ৰত সিদ্ধাৰ্থ গোস্বামী, কাৰ্য্যবাহী দণ্ডাধীশ কঙ্কণা শইকীয়া,জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱৰ উপস্থিতিত সংবাদ মেল সম্বোধন শিৱসাগৰৰ জিলা আয়ুক্ত কাৰ্য্যালয়ৰ প্ৰাঙ্গণত অৱস্থিত চুকাফা সভাকক্ষত। ভোট গণনা কেন্দ্ৰৰ ভিতৰত নৰ্বাচন আয়োগৰ পৰিচয় পত্ৰ থকা ব্যক্তিহে।প্ৰৱেশ।কৰিব পাৰিব।ভোট গণনা কেন্দ্ৰৰ ভিতৰত কোনো মোবাইল ফোন, ভিডি অ কেমেৰা নিষিদ্ধ কৰিছে নিৰ্বাচনী আয়োগে। ভোট গণনা যাতে শান্তিপূৰ্ণ ভাৱে অনুষ্ঠিত হয় তাৰ বাবে জিলা প্ৰশাসনে যাৱতীয় ব্যৱস্থা হাতত লৈছে।জিলা আয়ুক্তই সঃবাদ মেল সম্বোধন কৰি সবিশেষ ব্যক্ত কৰিছে। যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত শিৱসাগৰ নিৰ্বাচনী জিলাৰ অন্তৰ্গত শিৱসাগৰ আৰু ডিমৌৰ বিধান সভা সমষ্টিৰ প্ৰায় ৪৮১ টা পুলিং ষ্টেচনৰ গণনা প্ৰক্ৰিয়া ৪তাৰিখৰ।আঠতা বজাৰ পৰা আৰম্ভ হ'ব।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
બાપુનગર વિસ્તારના નામચીન બે ગુનેગાર ને હથિયાર સાથે જાહેર માથી જડપી પાડતી અમદાવાદ ક્રાઇમ બ્રાન્ચ ટીમ
બાપુનગર વિસ્તારના નામચીન બે ગુનેગાર ને હથિયાર સાથે જાહેર માથી જડપી પાડતી અમદાવાદ ક્રાઇમ બ્રાન્ચ ટીમ
पाकिस्तान में इमरान के ऐलान के बाद विरोध प्रदर्शन शुरू:राजधानी इस्लामाबाद की तरफ बढ़ रहे प्रदर्शनकारी
जेल में बंद पाकिस्तान के पूर्व प्रधानमंत्री इमरान खान की मांग पर आज उनके सर्मथक देश भर में विरोध...
Smartphone Tips: स्मार्टफोन से निकलने वाली लाइट कर देगी आंखें खराब, बचने के लिए फॉलो करें ये सेफ्टी टिप्स
स्मार्टफोन इस्तेमाल करते समय ब्लू आई एक्सपोजर को हमेशा कम करके रखना चाहिए। अगर आप हाई एक्सपोजर पर...