শিৱসাগৰৰ চিত্ৰ লেখা কলাপৰিষদৰ সৌজ্যনত , শিৱসাগৰৰ মুকুতা উপাধিৰে বিভুষিত মাখন বড়া দেৱৰ পৰিচালনাত ২০২২ৰ ১৬, ১৭, ১৮,ডিচেম্বৰত শিৱসাগৰ বড্ডিং খেলপথাৰত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে।  

            আজি ১৬ তাৰিখে প্ৰথম দিনৰ কাৰ্য্য সূচী ৫০খন পতাকা উত্তোলন , মুখ্যউত্তোলক শিৱসাগৰ ছোৱালী কলেজৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ সোনাৰাম বৰুৱা । দ্বিতীয় কাৰ্য্যসূচীত স্মৃতি তৰ্পণৰ মুখ্য তৰ্পক চামলী মেমচাব খ্যাত শিৱসাগৰৰ জীয়ৰী মুম্বাইস্থিত বিনীতাগোঁহাই। বন্তি প্ৰজ্বলনেৰে মঞ্চ মুকলি কৰে লক্ষ্মীকান্ত মহন্তই। শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী ক্ষেত্ৰ,বৰ্ডিং খেলপথাৰত অনুস্থিত হোৱা ৰাসলীলা গধূলী ছয় বজাৰ পৰা আৰম্ভ হ'ব।সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছে।