শিৱসাগৰ জিলা নিৰ্বাচনী বিষয়া সুব্ৰত সিদ্ধাৰ্থ গোস্বামী, কাৰ্য্যবাহী দণ্ডাধীশ কঙ্কণা শইকীয়া,জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱৰ উপস্থিতিত সংবাদ মেল সম্বোধন শিৱসাগৰৰ জিলা আয়ুক্ত কাৰ্য্যালয়ৰ প্ৰাঙ্গণত অৱস্থিত চুকাফা সভাকক্ষত। ভোট গণনা কেন্দ্ৰৰ ভিতৰত নৰ্বাচন আয়োগৰ পৰিচয় পত্ৰ থকা ব্যক্তিহে।প্ৰৱেশ।কৰিব পাৰিব।ভোট গণনা কেন্দ্ৰৰ ভিতৰত কোনো মোবাইল ফোন, ভিডি অ কেমেৰা নিষিদ্ধ কৰিছে নিৰ্বাচনী আয়োগে। ভোট গণনা যাতে শান্তিপূৰ্ণ ভাৱে অনুষ্ঠিত হয় তাৰ বাবে জিলা প্ৰশাসনে যাৱতীয় ব্যৱস্থা হাতত লৈছে।জিলা আয়ুক্তই সঃবাদ মেল সম্বোধন কৰি সবিশেষ ব্যক্ত কৰিছে। যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত শিৱসাগৰ নিৰ্বাচনী জিলাৰ অন্তৰ্গত শিৱসাগৰ আৰু ডিমৌৰ বিধান সভা সমষ্টিৰ প্ৰায় ৪৮১ টা পুলিং ষ্টেচনৰ গণনা প্ৰক্ৰিয়া ৪তাৰিখৰ।আঠতা বজাৰ পৰা আৰম্ভ হ'ব।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
জেহাদী আৰু জেহাদীৰ সমৰ্থকৰ ওচৰত মৰি গ’লেও ক্ষমা নোখোজে মন্ত্ৰী পীযুষ হাজৰিকাই
জেহাদী আৰু জেহাদীক সমৰ্থন দিয়া সকলৰ ওচৰত ক্ষমা খোজিব লগা পৰিৱেশ হ’লে অসমত থকাই বাদ দিব...
বলবমৰ নামত উচ্ছ স্বৰত মাইক বজোৱাক কেন্দ্ৰ কৰি ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া
## বলবমৰ নামত উচ্ছ স্বৰত মাইক বজোৱাক কেন্দ্ৰ কৰি ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া ৷
## উচ্ছ স্বৰত...
Lok Sabha Election 2024: सारण सीट पर 20 मई को चुनाव, बहन रोहिणी को लेकर क्या बोले Tejashwi Yadav
Lok Sabha Election 2024: सारण सीट पर 20 मई को चुनाव, बहन रोहिणी को लेकर क्या बोले Tejashwi Yadav