বাৰেকুৰীত অজগৰ উদ্ধাৰ

তিনিচুকীয়া: তিনিচুকীয়া জিলাৰ বাৰেকুৰীৰ পুৰণি মতাপুং গাওঁত এডাল অজগৰ সাপ উদ্ধাৰ কৰি বন বিভাগক চমজাই দিয়ে। পৰিবেশ কৰ্মী মানৱ চুতীয়াৰ প্ৰচেষ্টাত এই কাম কৰা হয়। অজগৰ ডালক বন বিভাগে মুকলি কৰি দিছে।