মৰাণৰ স্থানীয় ৰাইজৰ উদ্যোগত আগন্তুক ঈদ উপলক্ষে অহা ১৯ জুনত পিয়লি নগৰ স্থিত জেনিথ লজৰ সন্মুখত জিকিৰ -জাৰিৰ অনুস্থান অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলোৱা হৈছে। এই সম্পৰ্কে জেনিথ লজত সমাজ কৰ্মী খগেন ভঁৰালীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত কাজল দাসে আত ধৰা জিকিৰ -জাৰি সাংস্কৃতিক সমন্বয় সমিতিৰ গঠন কৰাহয়। সভাত সমাজ কৰ্মী প্ৰৱিত্ৰ চুতীয়া ভিডিপিৰ মিলু খান আৰু বিভিন্ন সংগঠনৰ লগত জড়িত লোক উপস্থিত থাকে। জিকিৰ -জাৰি সাংস্কৃতিক অনুস্থানটি সাফল্য মণ্ডিত কৰি তুলিবলৈ জিকিৰ -জাৰি সাংস্কৃতিক সমন্বয় সমিতিয়ে সকলো ৰাইজৰ সহায় সহযোগ আৰু উপস্থিতি কামনা কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ભણતર નો ભાર હળવો કરવા જીવનુ જોખમ ખેડતા માસૂમ વિદ્યાર્થીઓ ..
ભણતર નો ભાર હળવો કરવા જીવના જોખમે રોડ પસાર કરવા મજબૂર માસૂમ વિદ્યાર્થીઓની વેદના સરકાર ક્યારે...
Arvind Kejriwal Wife: पति की गिरफ्तारी पर Sunita Kejriwal ने तोड़ी चुप्पी | AAP | BJP | PM Modi
Arvind Kejriwal Wife: पति की गिरफ्तारी पर Sunita Kejriwal ने तोड़ी चुप्पी | AAP | BJP | PM Modi
ભાભર તાલુકાના ચલાદર ગામે ગેનીબેન ઠાકોરનું ભવ્ય સ્વાગત
વાવ વિધાનસભાના કોંગ્રેસના ઉમેદવાર ગેનીબેન ઠાકોરને ભાભર તાલુકાના ચલાદર ગામે ગામના લોકો દ્વારા ભવ્ય...