পথ মেৰামতিৰ বাবে সাধাৰণ ৰাইজে আবেদন কৰিবলৈ গলেও মন্ত্ৰীৰ পৰা নাপায় সহযোগিতা । ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ বৰহোলা গাঁৱৰ একমাত্ৰ প্ৰধান পথটো দেশে স্বাধীনতা লাভ কৰা ৭৪ টা বছৰটো পকীকৰন নহল।