দেশে স্বাধীনতা লাভ কৰা ৭৫ বছৰ উপলক্ষে দেশজুৰি পালন কৰা কৰা হৈছে আজাদি কা অমৃত মহোৎসৱ।কেন্দ্ৰীয় চৰকাৰে প্ৰতিজন ভাৰতীয়ক ১৩ আগষ্টৰ পৰা নিজ নিজ ঘৰত ৰাষ্ট্ৰীয় পতাকা উৰুৱাই দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ আহ্বান জনাইছে।আৰম্ভ কৰা হৈছে দেশ জুৰি হৰ ঘৰ ত্ৰিৰংগা শীৰ্ষক কাৰ্যসূচী।ইয়াৰ অংশ ৰূপে আজি পুৱাই শোনিতপুৰৰ চাৰিদুৱাৰত বাহিৰ কৰা হয় ত্ৰিৰংগা ৰেলী।বিজেপিৰ চাৰিদুৱাৰ মণ্ডলে উদ্যোগত চাৰিদুৱাৰৰ পৰা বাহিৰ কৰা হয় এই ত্ৰিৰংগা ৰেলীয়ে চাৰিৱাৰ জিলা পৰিষদৰ সকলো অঞ্চল পৰিভ্ৰমন কৰে।হাতে হাতে ৰাষ্ট্ৰীয় পতাকা লৈ বাহিৰ কৰা এই ৰেলিত বিজেপিৰ সকলো নেতা কৰ্মী উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
નવનિયુક્ત મહિલા પીએસઆઇનું સન્માન કરાયું....
નવનિયુક્ત મહિલા પીએસઆઇનું સન્માન કરાયું....
এজাক বৰষুণত বুৰিল দুমুনিচকী- দিপীলা পথ
আবেলি হোৱা এজাক বৰষুণত বুৰিল ছিপাঝাৰৰ দিপীলা-দুমুনিচকী পথ।
১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী...
AAJTAK 2 | पूर्व IPS अधिकारी KISHORE KUNAL का निधन, 72 के उम्र में ली आखिरी सांस ! | AT2
AAJTAK 2 | पूर्व IPS अधिकारी KISHORE KUNAL का निधन, 72 के उम्र में ली आखिरी सांस ! | AT2
ফিল'বাৰী গুৰুকুল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত চুৰে চুৰি কৰি নিলে কম্পিউটাৰ,লেপটপ,মনিটৰ,চিচি টি ভি কেমেৰা
ফিল'বাৰী গুৰুকুল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত চুৰে চুৰি কৰি নিলে কম্পিউটাৰ,লেপটপ,মনিটৰ,চিচি টি ভি কেমেৰা
एक जुलाई से लागू होगा नया नियम अब 18वर्ष से कम आयु के विद्यार्थियों को नहीं मिलेगा पेट्रोल-डीजल
उत्तर प्रदेश में,एक जुलाई से लागू होगा नया नियम अब 18वर्ष से कम आयु के विद्यार्थियों को नहीं...