মহিলা সৱলীকৰণৰ লক্ষ্যৰে গঠিত হোৱা স্বেচ্ছাসেবী অনুষ্ঠান ৱাৰিৱৰ্ছ মাজুলী জিলা সমিতিৰ উদ্যোগত ১০ আগষ্টৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হোৱা কেক্ প্ৰস্তুতকৰণ কৰ্মশালা আজি সামৰণী পৰে। উজনি মাজুলীৰ ভকতিদুৱাৰত অনুষ্ঠিত হোৱা কৰ্মশালা খনিত ভিন্ন বয়সৰ মহিলা আৰু পুৰুষ উভয়ে অংশগ্ৰহণ কৰে। কৰ্মশালা খনিৰ প্ৰশাসিকা হিচাপে উপস্থিত থাকে অভিজ্ঞ প্ৰশাসিকা ৰশ্মি ৰেখা হাজৰীকা । দুদিনীয়া কাৰ্যসূচীত ৱাৰিৱৰ্ছ মাজুলী জিলা সমিতিৰ হৈ উপস্থিত থাকে উপদেষ্টা অপূৰ্ব বেজ, সভানেত্ৰী মধুস্মিতা বৰা, সম্পাদিকা জ্যোৎস্না দাস, সহঃ সম্পাদক বিনোদ দাস, বিত্ত সম্পাদিকা ৰশ্মি ৰেখা হাজৰীকা, সাংগঠনিক সম্পাদিকা ৰিতুমণি গগৈ, মাজুলী জিলা সমিতিৰ অন্তৰ্গত ভকতিদুৱাৰ আঞ্চলিকৰ সম্পাদক প্ৰাঞ্জল দত্ত,সহঃ সম্পাদিকা ৰিনা কলিতা, জন সংযোগ সম্পাদিকা বিতুমণী শইকীয়া। কৰ্মশালাৰ অন্তত প্ৰশিক্ষাৰ্থী সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। উল্লেখ্য যে মহিলা সৱলীকৰণৰ লগতে নিজকে স্বাৱলম্বী কৰি তোলাৰ উদ্দেশ্যে বে-চৰকাৰী সংস্থাটোৱে হাতত লোৱা এনে কাৰ্যসূচীয়ে গ্ৰাম্যাঞ্চলৰ মহিলাসকলক উপকৃত কৰিব বুলি সচেতন মহলে মন্তব্য কৰাৰ লগতে সংস্থাটোৰ এনে কাৰ্যক শলাগ লৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
CM ભૂપેન્દ્ર પટેલ શ્રી રવિશંકર મહારાજના આશ્રમની મુલાકાતે
#buletinindia #gujarat #anand
ખંભાતના સાયમા ખાતે પતિની હત્યા મામલે પત્ની સહિત પ્રેમીની પણ ધરપકડ કરાઈ.
ખંભાતના સાયમા ખાતે પતિની હત્યા મામલે પત્ની સહિત પ્રેમીની પણ ધરપકડ કરાઈ છે.પ્રેમી વિક્રમ સોજવણે...
ડીસામાં રોડ અને ગંદા પાણીના નિકાલની સમસ્યાથી કંટાળેલી મહીલાઓએ તંત્ર સામે રોષ ઠાલવ્યો
ડીસા શહેરમાં આવેલા બેકરી કુવા વિસ્તારમાં જેટલા ઘણા સમયથી રસ્તા અને પાણી નિકાલની વ્યવસ્થા સારી...
કઠલાલ તાલુકાના વાવના મુવાડામાં છ ગાયોમાં લમ્પી વાયરસ દેખાતાં ફફડાટ
કઠલાલ તાલુકાના વાવના મુવાડા ગામમાં છ જેટલી ગાયોમાં લમ્પી વાયરસના લક્ષણો દેખાયા હતા.ઘટનાની જાણ થતા...
IND vs SA Final, T20 World Cup 2024 17 साल बाद भारत फिर बना T20 वर्ल्ड चैम्पियन, अफ्रीका को आखिरी ओवर में रौंदा
IND vs SA Final, T20 World Cup 2024 : भारतीय टीम और साउथ अफ्रीका के बीच खेला गया टी20 वर्ल्ड कप...