মাজুলীৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ত আজি ৰাষ্ট্ৰীয় গ্ৰন্থাগাৰিক দিৱস পালন কৰা হয়৷ ৰাষ্ট্ৰীয় গ্ৰন্থাগাৰিক দিৱসৰ লগত সংগতি ৰাখি মহাবিদ্যালয়খনৰ গ্ৰন্থাগাৰত মহাবিদ্যালয়ৰ সমূহ শিক্ষক-কৰ্মচাৰী, ছাত্ৰ একতা সভা, এনচিচি, এনএছএছৰ লগতে সমূহ ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত এখনি সভা অনুষ্ঠিত হয়৷ সভাখন আঁত ধৰি ড০ এছ আৰ ৰঙ্গানাথণৰ গ্ৰন্থৰ প্ৰচাৰ আৰু প্ৰকাশৰ ক্ষেত্ৰত তেখেতৰ ভূমিকা সম্পৰ্কে বিশদভাৱে বক্তব্য প্ৰদান কৰে গ্ৰন্থাগাৰিক টংকেশ্বৰ পাঠকে৷ সভাত মুখ্য বক্তা হিচাপে উপস্থিত থাকি মহ্যবিদ্যালয়খনৰ অধ্যক্ষ ড০ জাহ্নৱী লহকৰ বৰুৱাই গ্ৰন্থগাৰৰ ব্যৱহাৰ আৰু গ্ৰন্থগাৰিকৰ ভূমিকা সম্পৰ্কে বিষদভাৱে বক্তব্য আগবঢ়ায়৷ সভাত ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক পৱন দলেয়ে দিনটোৰ তাৎপৰ্য আৰু ছাত্ৰ-ছাত্ৰীসকলক ঐক্যসাজ পৰিধান কৰি মহাবিদ্যালয়ৰ নীতি-নিৰ্দেশনা পালন কৰিবলৈ আহ্বান জনায়৷ উক্ত সভাতে অধ্যক্ষ ড০ জাহ্নৱী লহকৰ বৰুৱাই কেইবাখনো মূল্যৱান গ্ৰন্থ গ্ৰন্থগাৰিকৰ হাতত অৰ্পণ কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
लोकआस्था का महापर्व छठ का दुसरा दिन खरना ।छठी मैया के गीतों से भक्तिमय रोहा।
समस्त देश भर की भांति रोहा, चापरमुख में लोकआस्था,सुर्योपासना का महापर्व के आज द्वितीय दिन छठ...
তিনিচুকীয়াৰ বাঘজানত অনুষ্ঠিত হোৱা দ্বিতীয় বাৰ্ষিক আমন্ত্ৰণমূলক ফুটবল প্ৰযোগিতাৰ সফল সামৰণি।
তিনিচুকীয়াৰ বাঘজানত অনুষ্ঠিত হোৱা দ্বিতীয় বাৰ্ষিক আমন্ত্ৰণমূলক ফুটবল প্ৰযোগিতাৰ সফল সামৰণি।
8 लाख कर्जासाठी तरुणाने मोजले तब्बल 9 लाख रुपये; अशी झाली तरुणाची फसवणूक
रत्नागिरीः ऑनलाईनच्या युगात सध्या फसवणूकीचे प्रकार वाढले आहे. उच्च शिक्षित असलेले लोकच फसणूकीचे...
आम्ही सरकारला एक इंच ही गायरान जमीन परत घेऊ देणार नाही- पप्पू कागदे
आम्ही सरकारला एक इंच ही गायरान जमीन परत घेऊ देणार नाही- पप्पू कागदे