মাজুলী জিলা ৱাৰিৱৰ্ছৰ অন্তৰ্গত নয়াবজাৰ আঞ্চলিক সমিতিয়ে ১২ আগষ্ট তাৰিখে পৱিত্ৰ ভাতৃ-ভগ্নীৰ দিন হিচাপে পৰিগণিত ৰাখী বন্ধন দিৱস পালন কৰে। সেই উদেশ্যে মহিলা সজাগতা আৰু সৱলীকৰণৰ লক্ষ্যৰে গঠিত বেচৰকাৰী সংস্থাটোৱে উজনি মাজুলীৰ নতুন বজাৰ তহলদাৰী আৰক্ষী চকীত ৰাখী বন্ধন কাৰ্যসূচী অনুষ্ঠিত কৰে। বিশেষকৈ কৰ্মৰ কাৰণে ঘৰৰপৰা দূৰত থকা আৰক্ষী বাহিনীৰ লোকসকলক নিজ ভাতৃ জ্ঞান কৰি এই কাৰ্যসূচী সম্পন্ন কৰা হয় । অনুষ্ঠানটিত অংশগ্ৰহণ কৰে মাজুলী জিলা সমিতিৰ সভানেত্ৰী তথা নয়াবজাৰ আঞ্চলিকৰ উপদেষ্টা মধুস্মিতা বৰা, মাজুলী জিলা সমিতিৰ সাংগঠনিক সম্পাদিকা তথা নয়াবজাৰ আঞ্চলিকৰ উপদেষ্টা ৰীতুমণি গগৈ, নয়াবজাৰ আঞ্চলিকৰ সম্পাদিকা মিণ্টুমনি দাস আগৰৱালা, সহঃ সম্পাদিকা প্ৰতিভা চুতীয়া আৰু জন সংযোগ সম্পাদিকা পিংকী বৰা খনিকৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડીસા કચ્છી કોલોની વિસ્તારમાં આવેલ વસુંધરા સોસાયટીમાં બંધ મકાનમાં લાગી આગ
ડીસા કચ્છી કોલોની વિસ્તારમાં આવેલ વસુંધરા સોસાયટીમાં બંધ મકાનમાં લાગી આગ
કયા વિસ્તારમાં વીજ પુરવઠો બંધ રહેશે કરાઈ જાહેરાત
વીજ પુરવઠો બંધ રહેવા ની કરાઈ જાહેરાત ugvcl કચેરી દ્વારા
તારીખ 25.11.2023 ના રોજ વીજલાઈનનુ...
প্ৰবীণ সাংবাদিক ৰাজেন্দ্ৰনাথ সন্দিকৈলৈ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ নীলিম চৌধুৰী সোঁৱৰণ সাংবাদিকতা বঁটা
সাংবাদিক ৰাজেন্দ্ৰনাথ সন্দিকৈলৈ ডিব্ৰুগড় প্ৰেছ ক্লাৱে প্ৰদান কৰিলে এই বৰ্ষৰ নীলিম চৌধুৰী সোঁৱৰণী...
US Inflation Data Impact LIVE Check | Morning Business News: क्या है देश दुनिया के बाजारों का हाल?
US Inflation Data Impact LIVE Check | Morning Business News: क्या है देश दुनिया के बाजारों का हाल?
परिवर में परम्परा बन गया रक्तदान करना, सुभाष गांधी की पुण्यतिथि के अवसर पर किया रक्तदान
परिवार में रक्तदान करना परंपरा बन गया है, त्योहार, पुण्यतिथि, पर्व, जन्मदिवस पर रक्तदान करने की...