মাজুলী জিলা ৱাৰিৱৰ্ছৰ অন্তৰ্গত নয়াবজাৰ আঞ্চলিক সমিতিয়ে ১২ আগষ্ট তাৰিখে পৱিত্ৰ ভাতৃ-ভগ্নীৰ দিন হিচাপে পৰিগণিত ৰাখী বন্ধন দিৱস পালন কৰে। সেই উদেশ্যে মহিলা সজাগতা আৰু সৱলীকৰণৰ লক্ষ্যৰে গঠিত বেচৰকাৰী সংস্থাটোৱে উজনি মাজুলীৰ নতুন বজাৰ তহলদাৰী আৰক্ষী চকীত ৰাখী বন্ধন কাৰ্যসূচী অনুষ্ঠিত কৰে। বিশেষকৈ কৰ্মৰ কাৰণে ঘৰৰপৰা দূৰত থকা আৰক্ষী বাহিনীৰ লোকসকলক নিজ ভাতৃ জ্ঞান কৰি এই কাৰ্যসূচী সম্পন্ন কৰা হয় । অনুষ্ঠানটিত অংশগ্ৰহণ কৰে মাজুলী জিলা সমিতিৰ সভানেত্ৰী তথা নয়াবজাৰ আঞ্চলিকৰ উপদেষ্টা মধুস্মিতা বৰা, মাজুলী জিলা সমিতিৰ সাংগঠনিক সম্পাদিকা তথা নয়াবজাৰ আঞ্চলিকৰ উপদেষ্টা ৰীতুমণি গগৈ, নয়াবজাৰ আঞ্চলিকৰ সম্পাদিকা মিণ্টুমনি দাস আগৰৱালা, সহঃ সম্পাদিকা প্ৰতিভা চুতীয়া আৰু জন সংযোগ সম্পাদিকা পিংকী বৰা খনিকৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Bank Holiday Today: आज इन शहरों में बंद रहेंगे बैंक, चेक करें अप्रैल में छुट्टियों की पूरी लिस्ट
नई दिल्ली, बिजनेस डेस्क। Bank Holiday in April 2023: डॉ. बाबासाहेब अंबेडकर जयंती के...
અમદાવાદ જિલ્લા પોલીસ અધિક્ષકની કચેરીની મુલાકાત લેતા મુખ્યમંત્રી શ્રી ભૂપેન્દ્રભાઈ પટેલ
અમદાવાદ જિલ્લા પોલીસ અધિક્ષકની કચેરીની મુલાકાત લેતા મુખ્યમંત્રી શ્રી ભૂપેન્દ્રભાઈ પટેલ
ঢকুৱাখনা শ্ৰী শ্ৰী বাসুদেৱথান নৰোৱা সত্ৰত মাহ যোৰা আয়োজন কৰা পবিত্র ভদিয়া নাম সামৰণি ।
ঢকুৱাখনা শ্ৰী শ্ৰী বাসুদেৱথান নৰোৱা সত্ৰত মাহ যোৰা আয়োজন কৰা পবিত্র ভদিয়া নাম সামৰণি ।নাম...
Weather Update UP : 20 शहरों में सुबह से झमाझम बारिश, तराई में समय से पहले सक्रिय हो सकता है मानसून
Weather Update UP : यूपी के 20 से अधिक जिलों में सुबह से हो रही बारिश ने हीट वेव...