মৰাণত " সাহস আৰু প্ৰত্যয় ভৰা এদিন" কাৰ্যসূচীৰ আয়োজন । উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত উৎসুক আৰু অনুসন্ধিৎসু মনৰ ছাত্ৰ-ছাত্ৰী সকলক উচ্চ শিক্ষা ক্ষেত্ৰ খনৰ বিশাল সম্ভাৱনাৰ সম্পৰ্কে অৱলোকন কৰি পৰিচয় কৰি দিয়াৰ লগতে কৰ্মসংস্কৃতিৰ বাটেৰে সফল জীৱন যাত্ৰাৰ বাবে কৰণীয়খিনিৰ সম্পৰ্কত পর্যালোচনা কৰাৰ উদ্দেশ্যেৰে মৰাণত আয়োজন কৰা হৈছ "সাহস আৰু প্ৰত্যয় ভৰা এদিন" শীৰ্ষক কাৰ্যসূচী । টিংখাং সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী বিমল বড়াৰ উদ্যোগত অহা ২৫ মেত মৰাণ বানিজ্য মহাবিদ্যালয়ত অনুষ্ঠিত হব এই কাৰ্যসূচী । অনুষ্ঠানত সমল ব্যক্তি হিচাপে ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি বক্তব্য প্ৰদান কৰিব বিশিষ্ট Motivator শিৱ খেৰাই । আজি মন্ত্ৰী বিমল বড়াই নিজে শিক্ষানুষ্ঠানসমূহত গৈ ছাত্ৰ-ছাত্ৰীসকলক এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনাই ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પાવીજેતપુર સ્વામિનારાયણ સોસાયટીમાં ડેન્ગ્યુના કેસો નીકળતા આરોગ્ય ટીમ સફાળી જાગી
પાવીજેતપુર સ્વામિનારાયણ સોસાયટીમાં ૧૫ થી વધુ ડેન્ગ્યુના કેસો નીકળતા આરોગ્ય ટીમ સફાળી જાગી જઈ સ્થળ...
অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ লোকৰ আসন সংৰক্ষণ বাহাল
উচ্চতম ন্যায়ালয়ে বাহাল ৰাখিলে অৰ্থনৈতিকভাৱে দুৰ্বল লোকৰ বাবে সংৰক্ষিত আসনৰ সিদ্ধান্ত। মুখ্য...
महाराजा श्री अग्रसेन का दुग्धाभिषेक, अग्रसेन जयन्ती के कार्यक्रम की हुई शुरुआत
महाराजा श्री अग्रसेन सोशल ग्रुप द्वारा अग्रसेन जयन्ती के उपलक्ष्य में आयोजित कार्यक्रम का शुभारंभ...
ED Summon CM Arvind Kejriwal: दिल्ली के CM Kejriwal को फिर मिला ED का समन, इस मामले में बुलाया
ED Summon CM Arvind Kejriwal: दिल्ली के CM Kejriwal को फिर मिला ED का समन, इस मामले में बुलाया