বৃহস্পতিবাৰে শিৱসাগৰ টাই আহোম সাংস্কৃতিক বিকাশ কেন্দ্ৰত নটা সংগঠনে আজি যৌথ সংবাদ মেল আহ্বান কৰে।আহোম সভা, পূৰ্বাঞ্চল টাই সাহিত্য সভা, ৰংপুৰ প্ৰাচীন কীৰ্তি চিহ্ন সংৰক্ষণ সমিতি, টাই আহোম যুৱ পৰিষদ, মিডিয়া মেনেজমেণ্ট এণ্ড ৰিৰ্চাচ এছচিয়েচনকে আদি কৰি নটা সংগঠনে চৰাইদেউ মৈদাম শিৱসাগৰ জিলাত বাহাল ৰখাৰ দাৱীত এই সংবাদ মেল আয়োজন কৰে।।উল্লেখনীয় যে ঐতিহাসিক চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্যৰ তালিকাত সন্নিৱিষ্ট হোৱাৰ সময়তে সৃষ্টি হয় বিতৰ্কৰ। চৰাইদেউ জিলা আৰু শিৱসাগৰ জিলাৰ সীমা নিৰ্ধাৰণ ক লৈ সৃষ্টি হৈছে এই বিতৰ্কৰ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Breaking News: BJP की बैठक में पहुंचे Amit Shah, इन मुद्दों पर होगी चर्चा | Ram Mandir | BJP Meeting
Breaking News: BJP की बैठक में पहुंचे Amit Shah, इन मुद्दों पर होगी चर्चा | Ram Mandir | BJP Meeting
এসপ্তাহে সন্ধান নাই কইনা আনিবলৈ যোৱা চিত্ৰৰঞ্জনৰ
কইনা আনিবলৈ গৈ যোৱা এসপ্তাহে সন্ধানহীন নাৰায়ণপুৰ ৰাজহচক্ৰৰ অন্তৰ্গত চৌদ্ধপুনীয়াৰ যুৱক চিত্ৰৰঞ্জন...
મોરબી ઝૂલતો પુલ તૂટવાના CCTV દ્રસ્યો આવ્યા સામે
મોરબી ઝૂલતો પુલ તૂટવાના CCTV દ્રસ્યો આવ્યા સામે
MP, Rajasthan Election से पहले Gehlot, Vasundhara, Kamal Nath, Shivraj की चुनावी चालें। Netanagri
MP, Rajasthan Election से पहले Gehlot, Vasundhara, Kamal Nath, Shivraj की चुनावी चालें। Netanagri
Bihar Politics: बिहार में नौकरी का इंतज़ार कर रहे बिहार के इन युवाओं को सुनिए (BBC Hindi)
Bihar Politics: बिहार में नौकरी का इंतज़ार कर रहे बिहार के इन युवाओं को सुनिए (BBC Hindi)