সোণাৰি কমাৰ্চ কলেজৰ উদ্যোগত প্ৰভাত ফেৰী কাৰ্যসূচী। দেশৰ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দেশজুৰি উদযাপন কৰা স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি চৰাইদেউ জিলাৰ উচ্চশিক্ষাৰ অন্যতম শিক্ষানুষ্ঠান সোণাৰি কমাৰ্চ কলেজৰ উদ্যোগত আজি পুৱাই পদযাত্ৰাৰ জৰিয়তে প্ৰভাত ফেৰী কাৰ্যসূচী গ্ৰহণ কৰা হয়। সোণাৰি কমাৰ্চ কলেজৰ অধ্যক্ষ ড° বিপুল দে'ৰ লগতে একাংশ শিক্ষক-কৰ্মচাৰী তথা ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে এই প্ৰভাত ফেৰী কাৰ্যসূচীত।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Today's Trending Stocks: जानें आज किन Stocks में निवेशकों की हुई जमकर कमाई और कहां लगी निराशा हाथ?
Today's Trending Stocks: जानें आज किन Stocks में निवेशकों की हुई जमकर कमाई और कहां लगी निराशा हाथ?
મામલતદાર જી કે શાહની અધ્યક્ષતામાં આઇટીઆઇ ખાતે દીક્ષાંત સમારોહ યોજાયો
મામલતદાર જી કે શાહની અધ્યક્ષતામાં આઇટીઆઇ ખાતે દીક્ષાંત સમારોહ યોજાયો
संकल्प से सिद्धि तक अभियान की जिला कार्यशाला आयोजित। मोदी सरकार की उपलब्धियों को जन जन को बताएं:-प्रदेश मंत्री देवासी
देश विकासशील से विकसित भारत की ओर आगे बढ़ रहा:-बांठिया
बालोतरा।
...
અકસ્માતમાં ઇજાગ્રસ્તના વ્હારે આવી ધારાસભ્યએ માનવતા નિભાવી.
ખંભાતના મોસમપરા વિસ્તારમાં સાયકલ અને એકટીવા વચ્ચે ગંભીર અકસ્માત સર્જાયો હતો.જે દરમિયાન ધારાસભ્ય...