আজিৰে পৰা গুৱাহাটীত আৰম্ভ ASSAM YOUTH OLYMPICS 2022। সন্ধিয়া ৫ বাজি ৩০ মিনিটত বৰ্ণাঢ্য কাৰ্যসূচীৰে প্ৰতিযোগীতাখনৰ শুভাৰম্ভণি হয় সৰুসজাই ষ্টেডিয়ামত। আজিৰে পৰা ২৭ জুলাইলৈকে চলিব প্ৰতিযোগীতাখন। ৰাজ্যৰ প্ৰায় ৪১১৭ গৰাকী খেলৱৈয়ে অংশ ল'ব প্ৰতিযোগীতাখনত। বেডমিন্টনৰ পৰা আৰম্ভ কৰি যোগাসনলৈকে মুঠ ৩২ বিধ খেল অনুষ্ঠিত হ'ব এই প্ৰতিযোগীতাত। গুৱাহাটীৰ মুঠ ১১ টা ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হ'ব প্ৰতিযোগীতাখন। উক্ত শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকিব মন্ত্ৰী ৰঞ্জিত দাস আৰু অশোক সিংহাল। লগতে গীতৰ শৰাই আগবঢ়াব প্ৰিয়ংকা ভৰালী, দীক্ষু আৰু আচুৰ্য বৰপাত্ৰই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
OnePlus 13 जनवरी में होगा भारत में आएगा, लॉन्च से पहले ये जानकारी आई सामने
OnePlus 13 को बीते अक्टूबर में चीन में लॉन्च किया गया था। ये स्मार्टफोन भारत और ग्लोबल मार्केट्स...
आधुनिक कला के पौराणिक मिथक पर शोध कार्य पर सतीश को मिली शोध उपाधि
आधुनिक कला के पौराणिक मिथक पर शोध कार्य पर सतीश को मिली शोध उपाधि
बूंदी। चित्रकला विषय में...
દરિયાપુર બોર્ડના કાઉન્સિલર માધુરી કલાપી નાAMC સરદાર ભવન સ્પીચ #gujarat #amc
દરિયાપુર બોર્ડના કાઉન્સિલર માધુરી કલાપી નાAMC સરદાર ભવન સ્પીચ #gujarat #amc