শিৱসাগৰ জিলা ডিমৌ শিক্ষা খণ্ডৰ অন্তগত ৯১৪ নং থাওৰা জামুগুৰি প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতি আৰু ৰাইজৰ সহযোগত আজি পুৱা ৭.৩০ বজাত প্ৰভাত ফেৰী আৰু এিৰংগা যাত্ৰাৰ আয়োজন কৰা হয়।