নাৰায়ণপুৰ পৌৰসভাৰ উদ্যোগত খোলচোৱা পুখুৰীত অনুষ্ঠিত অমৃত সৰোবৰ মেলা উপলক্ষ্যে নাৰায়ণপুৰ পৌৰসভাই হাতত লৈছে শিক্ষামূলক ভ্ৰমণ কাৰ্যসুচী ৷ পৌৰসভাখনৰ অন্তৰ্গত বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক লৈ কৰা এই শিক্ষামূলক ভ্ৰমণ নাৰায়ণপুৰৰ পৰা শ্বহীদ কনকলতা বৰুৱা বাসগৃহলৈ গৈ শ্বহীদ গৰাকীৰ সম্পৰ্কে ছাত্ৰ ছাত্ৰীক অৱগত কৰোৱা হ’ব ৷ গহপুৰৰ কনকলতা প্ৰতিমূৰ্তি প্ৰত্যক্ষ কৰিব দলটোৱে ৷ আজি বিধায়ক অমিয় কুমাৰ ভূঞা আৰু পৌৰসভাৰ কাৰ্যবাহী বিষয়াই ফ্লেগ অফ কৰি যাত্ৰা শুভাৰম্ভ কৰে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
MCN NEWS: "भारत माता की जय" जयघोषाने वैजापूर शहरात हजारो तिरंगे हाती घेत रॅली
MCN NEWS: "भारत माता की जय" जयघोषाने वैजापूर शहरात हजारो तिरंगे हाती घेत रॅली
चार तलवारीसह तरुणास अटक
अक्कलकोट :- तालुक्यातील जेऊर येथे तलवारी विक्रीसाठी निघालेला तरुण बमसिंग...
राजकीय उच्च माध्यमिक विद्यालय, चौगानगेट, बून्दी से स्कूली छात्रा-छात्राओं की विधिक जागरूकता रैली का आयोजन किया
राजस्थान राज्य विधिक सेवा प्राधिकरण के निर्देशानुसार जिला विधिक सेवा प्राधिकरण बून्दी द्वारा...
UP News: Siddharthnagar के Government School में बच्चों के लिए बनी Space Labs | ISRO | Aaj Tak
UP News: Siddharthnagar के Government School में बच्चों के लिए बनी Space Labs | ISRO | Aaj Tak
મુખ્યમંત્રી ભુપેન્દ્રભાઈ પટેલ 13 ઓગસ્ટ ના રોજ પોરબંદર ગાંધી સુદામા નગરીના મહેમાન બનશે
મુખ્યમંત્રી ભુપેન્દ્રભાઈ પટેલ 13 ઓગસ્ટ ના રોજ પોરબંદર ગાંધી સુદામા નગરીના મહેમાન બનશે