নাৰায়ণপুৰ পৌৰসভাৰ উদ্যোগত খোলচোৱা পুখুৰীত অনুষ্ঠিত অমৃত সৰোবৰ মেলা উপলক্ষ্যে নাৰায়ণপুৰ পৌৰসভাই হাতত লৈছে শিক্ষামূলক ভ্ৰমণ কাৰ্যসুচী ৷ পৌৰসভাখনৰ অন্তৰ্গত বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক লৈ কৰা এই শিক্ষামূলক ভ্ৰমণ নাৰায়ণপুৰৰ পৰা শ্বহীদ কনকলতা বৰুৱা বাসগৃহলৈ গৈ শ্বহীদ গৰাকীৰ সম্পৰ্কে ছাত্ৰ ছাত্ৰীক অৱগত কৰোৱা হ’ব ৷ গহপুৰৰ কনকলতা প্ৰতিমূৰ্তি প্ৰত্যক্ষ কৰিব দলটোৱে ৷ আজি বিধায়ক অমিয় কুমাৰ ভূঞা আৰু পৌৰসভাৰ কাৰ্যবাহী বিষয়াই ফ্লেগ অফ কৰি যাত্ৰা শুভাৰম্ভ কৰে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
બનાસકાંઠા: ડીસા હાઇવે પર મોતની સવારીનો વિડીયો વાયરલ
બનાસકાંઠા: ડીસા હાઇવે પર મોતની સવારીનો વિડીયો વાયરલ
Israel Hamas Conflict बच्चों की लाशों और रॉकेट्स की बरसात के बीच रिपोर्टर ने क्या-क्या देखा?
Israel Hamas Conflict बच्चों की लाशों और रॉकेट्स की बरसात के बीच रिपोर्टर ने क्या-क्या देखा?
આજ રોજ રાપર રાધનપુર ખાતે રાપરીયા હનુમાન મંદિર ખાતે ધારાસભ્ય લગનજી ઠાકોર નું સન્માન કરવામાં આવ્યું
[15/12 10:51 AM] દિનેશ સાધુ. ફાસ્ટ ખબર: રાધનપુર નવા જીતેલા ધારાસભ્ય લવેગજી ભલા. માણસ તરીકે ઓળખાતા...
બોરસદ રૂરલ પોલીસે ૬ઈસમોને જુગાર રમતા ઝડપી પાડ્યા
બોરસદ રૂરલ પોલીસ મથકના માણસોએ નાપા તળપદા ગામે બાતમી વાળી જગ્યાએ છાપો મારી જુગાર રમતા જમીરૂદ્દીન...