আজি বিশ্ব ৰেডক্ৰছ দিৱস । সমগ্ৰ দেশৰ লগতে মৰাণটো পালন কৰা হয় ৰেডক্ৰছ দিৱস । অখিল ভাৰতীয় মাৰোৱাৰী মহিলা সন্মিলন, ৰেডক্ৰছ চছাইটি, মৰাণ মহাবিদ্যালয় NSS Unit, মৰাণ মহিলা মহাবিদ্যালয় NSS Unit ৰ যৌথ উদ্যোগত মৰাণৰ মিলিত শিল্পী সমাজৰ প্ৰেক্ষাগৃহত ৰক্তদান শিৱিৰ অনুষ্ঠিত কৰা হয় । ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ ব্লাড বেংকৰ পৰা অহা চিকিৎসক-কৰ্মচাৰীৰ দলটিয়ে প্ৰায় অৰ্ধশতাধিক ৰক্তদাতাৰ পৰা ৰক্ত সংগ্ৰহ কৰে । ৰক্তদাতা সকলক অসম চিকিৎসা মহাবিদ্যালয়ৰ ব্লাড বেংকৰ তৰফৰ পৰা আৰু উদ্যোক্তা সমিতিৰ তৰফৰ পৰা দুখনকৈ সম্বৰ্ধনা পত্ৰ প্ৰদান কৰাৰ লগতে সম্বৰ্ধনা জনোৱা হয় । অনুষ্ঠানতসমাজ কৰ্মী ওমপূকাশ গাৰোডীয়া, প্ৰহূাদ টোডী,হেম বৰা, নিৰ্মল সিং, আদি উপস্থিত থাকে। অনুষ্ঠানৰ সফল সামৰণিত অখিল ভাৰতীয় মাৰোৱাৰী মহিলা সন্মিলনৰ মৰাণহাট শাখাৰ সভানেত্ৰী সুনীতা বিজয় ম'ৰে সম্পাদিকা পুনম ভৰতীয়া, আহ্বায়িকা লতা টোডীয়ে সকলোকে ধন্যবাদ জ্ঞাপন কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
২২ ছেপ্তেম্বৰত আৰক্ষীকে ধৰি বিভিন্ন বিভাগত পুনৰ ১২ হাজাৰ নিযুক্তিৰ পত্ৰ প্ৰদান কৰিব মুখ্যমন্ত্ৰীয়ে।
২২ ছেপ্তেম্বৰত আৰক্ষীকে ধৰি বিভিন্ন বিভাগত পুনৰ ১২ হাজাৰ নিযুক্তি ৰ পত্ৰ প্ৰদান কৰিব মুখ্যমন্ত্ৰীয়ে।
પાલનપુર નવનિર્મિત ઢુંઢિયાવાડી પોલીસ ચોકી તથા હાઇવે પોલીસ ચોકીના મકાનના લોકાર્પણ
પાલનપુર નવનિર્મિત ઢુંઢિયાવાડી પોલીસ ચોકી તથા હાઇવે પોલીસ ચોકીના મકાનના લોકાર્પણ
માલપુર ના નાથવાસ પાસે બસ અને બાઇક વચ્ચે અકસ્માત
માલપુર ના નાથવાસ પાસે બસ અને બાઇક વચ્ચે અકસ્માત
AHMEDABAD CITY ZONE - 4 MEGHANINAGAR હત્યાના ગુનામાં 3 આરોપીની ધરપકડ, સંપૂર્ણ માહિતી #sms #news પર
AHMEDABAD CITY ZONE - 4 MEGHANINAGAR હત્યાના ગુનામાં 3 આરોપીની ધરપકડ, સંપૂર્ણ માહિતી #sms #news પર
યુનાઈટેડ વે રિફંડ લેવા માટે ખેલૈયાઓ ગરબા ગ્રાઉન્ડ પર પહોંચ્યા 2022 | Spark Today News Vadodara
યુનાઈટેડ વે રિફંડ લેવા માટે ખેલૈયાઓ ગરબા ગ્રાઉન્ડ પર પહોંચ્યા 2022 | Spark Today News Vadodara