ঢকুৱাখনা মহকুমা ৰাজহ চক্ৰ কাৰ্যালয়ৰ উদ্যোগত আৰু মহকুমা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ সহযোগত মহকুমা চক্ৰ বিষয়াৰ কাৰ্যালয়ত বৃহস্পতিবাৰে আন্তৰ্জাতিক দুৰ্যোগ প্ৰশমন দিৱস উপলক্ষে বানপানী সুৰক্ষা সন্দৰ্ভত এখনি সজাগতামূলক সভা অনুষ্ঠিত হৈ যায় ৷ সজাগতা সভাখনত ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি, ৰাজহ চক্ৰ বিষয়া, খণ্ড উন্নয়ন বিষয়াকে আদিকৰি বিশিষ্ট ব্যক্তি সকলে আন্তৰ্জাতিক দুৰ্যোগ প্ৰশমন দিৱসৰ লগত সংগতি ৰাখি বানপানী, ভূমিকম্প, বজ্ৰপাত আদি বিভিন্ন দুৰ্যোগৰ সময়ত নিজৰ লগতে আনকো কিদৰে উদ্ধাৰ-সহযোগ কৰিব পাৰি, সেই সন্দৰ্ভত বহুখিনি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই। অনুষ্ঠানত 'ঢকুৱাখনা নাট্য বিদ্যালয়'ৰ শিল্পীসকলৰ দ্বাৰা চক্ৰ বিষয়া কাৰ্যালয় প্ৰাংগণত বানপানী আৰু বজ্ৰপাত বিষয়ক এখনি বাটৰ নাট প্ৰদৰ্শন কৰি ৰাইজক সজাগ কৰাৰ প্ৰয়াস কৰা দেখা যায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ঢকুৱাখনাৰ ৰাজহুৱা খেলপথাৰত স্বাধীনতা দিৱসৰ পেৰেডত অংশগ্ৰহণ আৰক্ষী,গাঁওৰক্ষী বাহিনী আৰু বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ।
ঢকুৱাখনাৰ ৰাজহুৱা খেলপথাৰত স্বাধীনতা দিৱসৰ পেৰেডত অংশগ্ৰহণ আৰক্ষী,গাঁওৰক্ষী বাহিনী আৰু বিভিন্ন...
Khodaldham President Naresh Patel lobbying in BJP for two election seats | TV9GujaratiNews
Khodaldham President Naresh Patel lobbying in BJP for two election seats | TV9GujaratiNews
કાંતિ અમૃતિયાને મળી સાતમી વખત ટિકિટ, જાણો પાર્ટીને શું કહ્યું?
કાંતિ અમૃતિયાને મળી સાતમી વખત ટિકિટ, જાણો પાર્ટીને શું કહ્યું?
શહેરમાં આવેલું ગંભીરસિંહજી ગ્રાઉન્ડ માં કોર્ટે સંકુલની જગ્યા ફાળવતા મામલતદાર ને આવેદનપત્ર આપ્યું
શહેરમાં આવેલું ગંભીરસિંહજી ગ્રાઉન્ડ માં કોર્ટે સંકુલની જગ્યા ફાળવતા મામલતદાર ને આવેદનપત્ર આપ્યું