আজি বিশ্ব ৰেডক্ৰছ দিৱস । সমগ্ৰ দেশৰ লগতে মৰাণটো পালন কৰা হয় ৰেডক্ৰছ দিৱস । অখিল ভাৰতীয় মাৰোৱাৰী মহিলা সন্মিলন, ৰেডক্ৰছ চছাইটি, মৰাণ মহাবিদ্যালয় NSS Unit, মৰাণ মহিলা মহাবিদ্যালয় NSS Unit ৰ যৌথ উদ্যোগত মৰাণৰ মিলিত শিল্পী সমাজৰ প্ৰেক্ষাগৃহত ৰক্তদান শিৱিৰ অনুষ্ঠিত কৰা হয় । ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ ব্লাড বেংকৰ পৰা অহা চিকিৎসক-কৰ্মচাৰীৰ দলটিয়ে প্ৰায় অৰ্ধশতাধিক ৰক্তদাতাৰ পৰা ৰক্ত সংগ্ৰহ কৰে । ৰক্তদাতা সকলক অসম চিকিৎসা মহাবিদ্যালয়ৰ ব্লাড বেংকৰ তৰফৰ পৰা আৰু উদ্যোক্তা সমিতিৰ তৰফৰ পৰা দুখনকৈ সম্বৰ্ধনা পত্ৰ প্ৰদান কৰাৰ লগতে সম্বৰ্ধনা জনোৱা হয় । অনুষ্ঠানতসমাজ কৰ্মী ওমপূকাশ গাৰোডীয়া, প্ৰহূাদ টোডী,হেম বৰা, নিৰ্মল সিং, আদি উপস্থিত থাকে। অনুষ্ঠানৰ সফল সামৰণিত অখিল ভাৰতীয় মাৰোৱাৰী মহিলা সন্মিলনৰ মৰাণহাট শাখাৰ সভানেত্ৰী সুনীতা বিজয় ম'ৰে সম্পাদিকা পুনম ভৰতীয়া, আহ্বায়িকা লতা টোডীয়ে সকলোকে ধন্যবাদ জ্ঞাপন কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ભીલડીમાં રક્તદાન કેમ્પનું આયોજન કરાયું...
ભીલડીમાં રક્તદાન કેમ્પનું આયોજન કરાયું...
રોટરી ગ્રામ્ય દળ ભીલડી તેમજ સંકલ્પ બ્લડ બેન્ક...
Mercedes Benz E Class के नए वर्जन को जल्द किया जाएगा लॉन्च, दो वेरिएंट के साथ मिलेंगे बेहतरीन फीचर्स
जर्मनी की लग्जरी वाहन निर्माता मर्सिडीज की ओर से भारतीय बाजार में कई बेहतरीन कारों और एसयूवी...
पूर्व मुख्यमंत्री अशोक गहलोत ने मुख्यमंत्री भजनलाल को याद दिलाई मोदी की गारंटी
राजस्थान के पूर्व मुख्यमंत्री अशोक गहलोत लगातार कांग्रेस सरकार में शुरू की गई योजनाओं को लेकर...
પંચમહાલ : બિલ્કીસબાનુ કેસના આરોપીઓને પુનઃ કડક સજા આપો, મહિલા અધિકારમંચ દ્વારા તંત્રને આવેદનપત્ર
પંચમહાલ : બિલ્કીસબાનુ કેસના આરોપીઓને પુનઃ કડક સજા આપો, મહિલા અધિકારમંચ દ્વારા તંત્રને આવેદનપત્ર