টিংখাং মহাবিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিছে এগৰাকী মেধাৱী ছাত্ৰীয়ে । শুক্ৰবাৰে ঘোষণা কৰা স্নাতক চুড়ান্ত সান্মাষিকৰ ফলাফলত সমাজতত্ব বিভাগত ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ ভিতৰতে টিংখাং মহাবিদ্যালয়ৰ চাইনি তালুকদাৰে প্ৰথম স্থান লাভ কৰি সমগ্ৰ টিংখাঙলৈকে গৌৰৱ কঢ়িয়াই আনিছে। চাইনিৰ এই সফলতাত উৎফুল্লিত টিংখাং মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গ । টিংখাং ফেটেঙ্গীবৰ নিবাসী মনোজ তালুকদা আৰু গীতালী তালুকদাৰ কন্যা চাইনীয়ে 93 শতাংশ নম্বৰ লাভ কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সকলো মহাবিদ্যালয়ৰ ভিতৰতে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হয়। উচ্চ আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাতো সফলতাৰে উত্তীৰ্ণ হোৱা চাইনি তালোকদাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰি ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ সপোন পুহি ৰাখিছে । আনহাতে টিংখাং মহাবিদ্যালয়ে অহা ১ চেপ্তেম্বৰত সোণালী বৰ্ষ অতিক্ৰম কৰিব। সেই অহা ১ চেপ্তেম্বৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সোণালী জয়ন্তী উদযাপন কৰা হব। মহাবিদ্যালয় খনৰ এই শুভক্ষণত চাইনি তালুকদাৰে কঢ়িয়াই অনা সফলতাই উৎফুল্লিত কৰি তুলিছে টিংখাং মহাবিদ্যালয়ৰ কতৃপক্ষ্যক ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Delhi News: Haryana के नतीजों से अलर्ट हुए Arvind Kejriwal, पार्टी कार्यकर्ताओं को दी नसीहत | AAP
Delhi News: Haryana के नतीजों से अलर्ट हुए Arvind Kejriwal, पार्टी कार्यकर्ताओं को दी नसीहत | AAP
भर पावसात धर्माबाद येथे दिव्यांग वृद्ध निराधार गैरान पट्टी धारकांचा मोर्चा
भर पावसात धर्माबाद येथे दिव्यांग वृद्ध निराधार गैरान पट्टी धारकांचा मोर्चा
कांग्रेस ने दी आंदोलन की चेतावनी, 4 जून के बाद सड़कों पर आएंगे कार्यकर्ता
राजस्थान में कांग्रेस नेताओं और कार्यकर्ताओं ने भाजपा के खिलाफ मोर्चा खोल दिया है. कोटा में...
शरद पवारांची 'ही' खेळी... टार्गेटवर आलेले शिंदे, जाळ्यात अडकणार? Eknath Shinde | Sharad Pawar
शरद पवारांची 'ही' खेळी... टार्गेटवर आलेले शिंदे, जाळ्यात अडकणार? Eknath Shinde | Sharad Pawar