টিংখাং মহাবিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিছে এগৰাকী মেধাৱী ছাত্ৰীয়ে । শুক্ৰবাৰে ঘোষণা কৰা স্নাতক চুড়ান্ত সান্মাষিকৰ ফলাফলত সমাজতত্ব বিভাগত ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ ভিতৰতে টিংখাং মহাবিদ্যালয়ৰ চাইনি তালুকদাৰে প্ৰথম স্থান লাভ কৰি সমগ্ৰ টিংখাঙলৈকে গৌৰৱ কঢ়িয়াই আনিছে। চাইনিৰ এই সফলতাত উৎফুল্লিত টিংখাং মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গ । টিংখাং ফেটেঙ্গীবৰ নিবাসী মনোজ তালুকদা আৰু গীতালী তালুকদাৰ কন্যা চাইনীয়ে 93 শতাংশ নম্বৰ লাভ কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সকলো মহাবিদ্যালয়ৰ ভিতৰতে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হয়। উচ্চ আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাতো সফলতাৰে উত্তীৰ্ণ হোৱা চাইনি তালোকদাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰি ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ সপোন পুহি ৰাখিছে । আনহাতে টিংখাং মহাবিদ্যালয়ে অহা ১ চেপ্তেম্বৰত সোণালী বৰ্ষ অতিক্ৰম কৰিব। সেই অহা ১ চেপ্তেম্বৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সোণালী জয়ন্তী উদযাপন কৰা হব। মহাবিদ্যালয় খনৰ এই শুভক্ষণত চাইনি তালুকদাৰে কঢ়িয়াই অনা সফলতাই উৎফুল্লিত কৰি তুলিছে টিংখাং মহাবিদ্যালয়ৰ কতৃপক্ষ্যক ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
कौन बेचेगा Yes Bank में अपना हिस्सा?
कौन बेचेगा Yes Bank में अपना हिस्सा?
PORBANDAR પોરબંદરની ખાસ જેલમાં જેલસહાયકને ધમકી અને ફરજમાં રૂકાવટ 19 11 2022
PORBANDAR પોરબંદરની ખાસ જેલમાં જેલસહાયકને ધમકી અને ફરજમાં રૂકાવટ 19 11 2022
इन आदतों को अपनाकर टाल सकते हैं कैंसर जैसी गंभीर बीमारी का खतरा
मानव शरीर में जब कोशिकाओं के जीन में बदलाव होने लगता है तब कैंसर की शुरुआत होती है। बता दें कि...
Big Breaking - Gas Bottle Blast , 2 Deaths
Big Breaking - Gas Bottle Blast , 2 Deaths
বিলাসীপাৰাত নতুন ৰেচন কাৰ্ড বিতৰণ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ
বিলাসীপাৰাত নতুন ৰেচন কাৰ্ড বিতৰণ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ